ETV Bharat / state

মাৰ্ঘেৰিটাত বন্যহস্তীৰ সন্ত্ৰাস - বন বিভাগ

মাৰ্ঘেৰিটাৰ জাগুন জাগৰি বনগাঁৱত বন্যহস্তীৰ আক্ৰমণ ৷ বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে কেইবাটাও বাসগৃহ ৷

মাৰ্ঘেৰিটাত বন্যহস্তীৰ সন্ত্ৰাস
মাৰ্ঘেৰিটাত বন্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : Feb 10, 2021, 11:34 AM IST

মাৰ্ঘেৰিটা,10নৱেম্বৰ: ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত জাগৰি বনগাঁৱত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ । নিশা হলেই গাঁও খনত ত্ৰাসৰ সৃষ্টি কৰে বন্যহস্তীয়ে ৷ মংগলবাৰৰ নিশাও গাঁও খনত উপদ্ৰৱ চলাই বন্যহস্তীয়ে ৷ বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰে অঞ্চলটোৰ বহুকেইটা ঘৰৰ লগতে খাই অনিষ্ট কৰে খাদ্য-সামগ্ৰীও ৷

মাৰ্ঘেৰিটাত বন্যহস্তীৰ সন্ত্ৰাস

বন বিভাগক এই ক্ষেত্ৰত বহুবাৰ জনোৱা হৈছে যদিও বন বিভাগে বন্যহস্তীৰ সন্ত্ৰাস ৰোধৰ বাবে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ৷ স্থানীয় লোকৰ মন্তব্য অনুসৰি, ইতিমধ্যে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে বহু লোকে ৷ তথাপিও কোনো ভ্ৰূক্ষেপ নাই বন বিভাগৰ ৷ যাৰ বাবে অতি শীঘ্ৰে বন্যহস্তীৰ সন্ত্ৰাস ৰোধ কৰাৰ লগতে বন বিভাগক দাবী জনায় অঞ্চলবাসীয়ে ৷

অন্য এক খবৰৰ বাবে: উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগৰ এক শিহৰণকাৰী দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.