ETV Bharat / state

Ban on Mayudia pass Visit : অৰুণাচলৰ বৰফৰ পাহাৰ মায়োদিয়ালৈ পৰ্যটক নিষিদ্ধ

author img

By

Published : Dec 29, 2022, 9:59 PM IST

অৰুণাচলৰ বৰফৰ পাহাৰ মায়োদিয়া পৰ্যটকৰ বাবে নিষিদ্ধ ৷ বতৰৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে অতিমাত্ৰা বৰফ পৰিছে পথত ৷ ফলত ব্যপক হাৰত অৱনতি ঘটিছে পথ-ব্যৱস্থা (Tourist prohibited at Mayudia pass) ৷

Ban on Mayudia pass Visit
অৰুণাচলৰ বৰফৰ পাহাৰ মায়োদিয়ালৈ পৰ্যটক নিষিদ্ধ
  • অৰুণাচলৰ বৰফৰ পাহাৰ মায়োডিয়া পৰ্যটকৰ বাবে নিষিদ্ধ (Tourist prohibited at Mayudia pass)
  • বতৰৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে অতিমাত্ৰা বৰফ পৰিছে পথত, ফলত ব্যপক হাৰত অৱনতি ঘটিছে পথ-ব্যৱস্থা (Ban on Mayudia pass Visit)

  • সম্ভাৱনীয় দুৰ্ঘটনা প্ৰতিৰোধৰ বাবেই ল’ৱাৰ ডিবাংভেলী প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত
  • পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব মায়োদিয়া পৰ্যটনস্থলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.