ETV Bharat / state

পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ অহ্বান আলোচনাপন্থী আলফাৰ - পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ অহ্বান আলোচনাপন্থী আলফাৰ

অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আলফা আৰু চৰকাৰ দুয়োপক্ষ‌ই আঁকোৰগোজ মনোভাৱ পৰিত্যাগ কৰাৰ আহ্বান আলফাৰ কাকপথাৰ শিবিৰৰ । মূলসুঁতিলৈ আহি পৰেশ বৰুৱাক অসমীয়া জাতিৰ সুৰক্ষাৰ দায়িত্ব ল‌'বলৈও আহ্বান জনালে আলফা নেতা জিতেন দত্ত‌ই ৷

পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ অহ্বান আলোচনাপন্থী আলফাৰ

author img

By

Published : Mar 2, 2020, 9:49 PM IST

তিনিচুকীয়া,2 মাৰ্চ : তিনিচুকীয়াৰ কাকপথাৰত আলফাৰ আলোচনাপন্থী গোটৰ সংবাদমেল । সংবাদমেলত উপস্থিত থাকে আলফা নেতা প্ৰবাল নেওগ, জিতেন দত্ত , অন্তু চাউদাং সহ আলফাৰ কাকপথাৰ শিৱিৰৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা । পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ অহ্বান আলফাৰ কাকপথাৰ শিৱিৰৰ ।

পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ অহ্বান আলোচনাপন্থী আলফাৰ

সংবাদমেলৰ জৰিয়তে অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আলফা আৰু চৰকাৰ দুয়োপক্ষ‌ই আঁকোৰগোজ মনোভাৱ পৰিত্যাগ কৰাৰ আহ্বান আলফাৰ কাকপথাৰ শিবিৰৰ । মূলসুঁতিলৈ আহি পৰেশ বৰুৱাক অসমীয়া জাতিৰ সুৰক্ষাৰ দায়িত্ব ল‌'বলৈও আহ্বান জনালে আলফা নেতা জিতেন দত্ত‌ই ।

ইফালে সংবাদমেলত আলফা নেতা প্ৰবাল নেওগে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে সঘনাই বাৰ্তালাপ হোৱা বুলি মন্তব্য কৰি যদিহে সাৰ্বভৌমত্বৰ বিষয়টোৱে আলোচনাত স্থান পায় তেনেহ'লে পৰেশ বৰুৱা আলোচনাৰ বাবে আগ্ৰহী বুলিও মন্তব্য কৰে । আনহাতে সংবাদমেলৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা সকলো দল সংগঠনক একত্ৰিত হোৱাৰো আহ্বান জনালে আলফা নেতা প্ৰবাল নেওগে ৷

লগতে চাওকঃ

পেঙেৰীৰ ব্ৰহ্মাজানত আটক ছয় জনীয়া ডকাইতৰ দল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.