ETV Bharat / state

ডিৰাকত পথ দুৰ্ঘটনা : গুৰুতৰভাৱে আহত দুজন ছাত্ৰ

author img

By

Published : Sep 6, 2019, 4:46 PM IST

কাকপথাৰ থানাৰ অন্তৰ্গত ডিৰাকত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজন ছাত্ৰ ৷

ডিৰাকত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন ছাত্ৰ

শদিয়া, 6 চেপ্টেম্বৰ :

  • কাকপথাৰ থানাৰ অন্তৰ্গত ডিৰাকত হোৱা এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দুজন ছাত্ৰ ৷
  • আহত ছাত্ৰ দুজন কৈশাসপুৰ চাংমাই গাৱঁৰ ৰূপম চাংমাই আৰু টঙনা তিনিআলি নগাঁৱৰ শ্ৰীমন্ত কোৱঁৰ ৷
  • দুয়োগৰাকী ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল ৷
  • ছাত্ৰ দুজনে এখন নম্বৰ প্লেট বিহীন মটৰ চাইকেলেৰে AS 23 W 6822 মাৰুতি ভেনখনত খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷
  • সংকটজনক অৱস্থাত দুয়োগৰাকী ছাত্ৰক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
  • ইতিমধ্যে কাকপথাৰ আৰক্ষীয়ে নম্বৰ প্লেট বিহীন মটৰচাইকেল আৰু ভানখন কাকপথাৰ থানলৈ আনি গোচৰ ৰুজু কৰিছে ৷

Intro:কাকপথাৰৰ ডিৰাকত পথ দুৰ্ঘটনা, দুজন ছাত্ৰ গুৰুতৰভাবে আহত

শদিয়া : কাকপথাৰ থানাৰ অন্তগত ডিৰাকত হোৱা এক পথ দুৰ্ঘটনাত দুজন ছাত্ৰ গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ ছাত্ৰ দুজন কৈশাসপুৰ চাংমাই গাৱঁৰ ৰূপম চাংমাই(17) আৰু টঙনা তিনিআলি নগাঁওৰ শ্ৰীমন্ত কোৱঁৰ(17) ৷ দুয়োগৰাকী ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল ৷ ছাত্ৰ দুজনে এখন নম্বৰ প্লেট বিহীন স্পেলেণ্ডাৰ মটৰ চাইকেলে AS 23 W 6822 মাৰুতি ভেনখনত খুণ্ডিওৱাৰ ফলত ঘটনাটো সংঘটিত হয় ৷ সংকটজনক অৱস্থাত দুয়োগৰাকী ছাত্ৰকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ডিৰাক ৰংপুৰিয়া ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগেৰে আহি ছাত্ৰ দুজনে ভানখনত খুণ্ডা মাৰি দুয়োজন ছাত্ৰ অচেতন হৈ পৰে ৷ ইতিমধ্যো কাকপথাৰ আৰক্ষীয়ে নম্বৰ প্লেট বিহীন মটৰচাইকেল আৰু ভানখন কাকপথাৰ থানলৈ আনি গুচৰ ৰুজু কৰিছে ৷Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.