ETV Bharat / state

শদিয়াত উগ্ৰপন্থীৰ সন্ধানত অসম আৰক্ষীৰ ব্যাপক অভিযান - sadia tengapani na dihing

প্ৰতি বছৰে গণৰাজ্য দিৱস,স্বাধীনতা দিৱস বৰ্জন কৰি আহিছে আলফা স্বাধীনকে ধৰি উত্তৰ-পূৰ্বৰ কেইবাটাও বিদ্ৰোহী সংগঠনে। গণৰাজ্য দিৱসত যাতে বিদ্ৰোহী সংগঠন সমূহে কোনো ধৰণৰ কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম কৰি তোলা হৈছে নিৰাপত্তা বাহিনীক । স্পৰ্শকাতৰ অঞ্চল সমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। শুকুৰবাৰে অসম-অৰুণাচল সীমান্তৰ উগ্ৰপন্থীৰ ৰম্যভূমি টেঙাপানীত আৰক্ষীৰ অভিযান ৷ চাওক আমাৰ সাংবাদিক প্ৰশান্ত খাটোৱালৰ বিশেষ প্ৰতিবেদন....

শদিয়াত উগ্ৰপন্থীৰ সন্ধানত অসম আৰক্ষীৰ ব্যাপক অভিযান
শদিয়াত উগ্ৰপন্থীৰ সন্ধানত অসম আৰক্ষীৰ ব্যাপক অভিযান
author img

By

Published : Jan 24, 2020, 7:49 PM IST

Updated : Jan 24, 2020, 8:00 PM IST

তিনিচুকীয়া. 24 জানুৱাৰীঃ গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত সমগ্ৰ ৰাজ্যজুৰি উগ্ৰপন্থীৰ কুটাঘাট ৰোধ কৰিবলৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী। শুকুৰবাৰে শদিয়াৰ অসম-অৰুণাচল সীমান্তৰ টেঙাপানীত ন-দিহিং নদী পাৰ হৈ শদিয়া আৰক্ষীয়ে চলালে ব্যাপক অভিযান। অসম অৰুণাচল সীমান্তৱৰ্তী শদিয়াৰ বিভিন্ন অঞ্চলত উগ্ৰপন্থীৰ কূটাঘাত ৰোধ কৰাৰ উদ্দেশ্যে পুৱাৰ পৰা অভিযান চলাই ৷

TINSUKIA SADIYA POLICE CHECKING ETV BHARAT EXCLUSIVE NEWS
বিদ্ৰোহী সংগঠনৰ সদস্যৰ সন্ধানত আৰক্ষী

প্ৰতি বছৰে গণৰাজ্য দিৱস,স্বাধীনতা দিৱস বৰ্জন কৰি আহিছে আলফা স্বাধীনকে ধৰি উত্তৰ-পূৰ্বৰ কেইবাটাও বিদ্ৰোহী সংগঠনে । গণৰাজ্য দিৱসত যাতে বিদ্ৰোহী সংগঠন সমূহে কোনো ধৰণৰ কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম কৰি তোলা হৈছে নিৰাপত্তা বাহিনীক । স্পৰ্শকাতৰ অঞ্চল সমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। শুকুৰবাৰে অসম-অৰুণাচল সীমান্তৰ উগ্ৰপন্থীৰ ৰম্যভূমি টেঙাপানীত শদিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া,উপ-আৰক্ষী অধীক্ষক পৃথিৰাজ ৰাজখোৱা আৰু ছৈখোৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চামছুদ্দিন আহমেদৰ নেতৃত্বত চলে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান ৷ নাৱেৰে ন-দিহিং নদী পাৰহৈ উগ্ৰপন্থীৰ অন্যতম আশ্ৰয় থলী টেঙাপানী অঞ্চলত উগ্ৰপন্থীৰ গতিবিধি নিৰীক্ষণ কৰে আৰক্ষীৰ দলে ।

অসম-অৰুণাচল সীমান্তত আৰক্ষীৰ অভিযান

ইপিনে শদিয়া আৰক্ষী জিলাৰ স্পৰ্শকাতৰ অঞ্চল সমূহত ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে শদিয়াৰ আৰক্ষী অধীক্ষক বি ভি মিনাই । ইতিমধ্যে গণৰাজ্য দিৱসৰ কাৰ্যসূচী বৰ্জনৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে আলফা স্বাধীনৰ কৰ্তৃপক্ষই ৷ তাৰ পৰিপ্ৰেক্ষিটত এতিয়া ৰাজ্যজুৰি এইদৰে সষ্টম হৈ পৰিছে সেনা-আৰক্ষী ৷

TINSUKIA SADIYA POLICE CHECKING ETV BHARAT EXCLUSIVE NEWS
অসম-অৰুণাচল সীমান্তৰ টেঙাপানীত অভিযান

লগতে চাওকঃগুণমুগ্ধক শোক সাগৰত পেলাই অজান দেশলৈ ড0 গোলক চন্দ্ৰ গোস্বামী

Intro:Anchor:- গণৰাজ্য দিৱসলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী।সমগ্র ৰাজ্য জুৰি উগ্ৰপন্থীৰ কুটাঘাট ৰোধ কৰিবলৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী।শুকুৰবাৰে শদিয়াৰ অসম-অৰুণাচল সীমান্ত টেঙাপানীত ন-দিহিং নদী পাৰ হৈ শদিয়া আৰক্ষী অভিযান। এই সন্দৰ্ভত আমাৰ তিনিচুকীয়া সাংবাদিক প্ৰশান্ত খাটোৱাল এক exclusive প্ৰতিবেদন:-

Body:GFX:- সমাগত দেশৰ গণৰাজ্য দিৱস

GFX:-কূটাঘাত ৰোধ কৰিবলৈ সাজু নিৰাপত্তা বাহিনী

GFX:-অসম-অৰুণাচল সীমান্তত চলিছে উগ্ৰপন্থী বিৰোধী অভিযান

VO:- গণৰাজ্য দিৱসলৈ মাজত মাথোঁ কেইটামান দিন। গণৰাজ্য দিৱসকলৈ সষ্টম হৈ পৰিছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন।প্ৰত্যেক বছৰে গণৰাজ্য দিৱস বৰ্জন কৰি আহিছে আলফা স্বাধীনকে ধৰি উত্তৰপূৰ্বৰ কেইবাটাও বিদ্ৰোহী সংগঠনে।গণৰাজ্য দিৱসত যাতে বিদ্ৰোহী সংগঠন সমূহে কোনো ধৰণৰ কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে স্পৰ্শকাতৰ অঞ্চল সমূহত নিৰাপত্তা বৃদ্ধি কৰি সষ্টম কৰি তোলা হৈছে নিৰাপত্তা বাহিনী সমূহক। শুক্ৰবাৰে অসম-অৰুণাচল সীমাতৰ উগ্রুপন্থীৰ ৰম্যভূমি টেঙাপানীত শদিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া, উপ-আৰক্ষী অধীক্ষক পৃথিৰাজ ৰাজখোৱা আৰু ছৈখোৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সামছুদ্দিন আহমেদৰ নেতৃত্বত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই। নাওঁৰে ন-দিহিং নদী পাৰহৈ উগ্রপন্থীৰ অন্যতম আশ্ৰয় থলী টেঙাপানী অঞ্চলত উগ্ৰপন্থীৰ গতিবিধি নিৰীক্ষণ কৰে।

BYET:- সামছুদ্দিন আহমেদ,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,ছৈখোৱা থানা।

END:-ইপিনে শদিয়া আৰক্ষী জিলাৰ স্পৰ্শকাতৰ অঞ্চল সমূহত ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে শদিয়াৰ আৰক্ষী অধীক্ষক বি ভি মিনাই।

Conclusion:শদিয়াৰ টেঙাপানীৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
Last Updated : Jan 24, 2020, 8:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.