ETV Bharat / state

তিনিচুকীয়াত দিন-দুপৰতে ডকাইতি

বুধবাৰে তিনিচুকীয়া চহৰত সংঘটিত হয় ডকাইতিৰ ঘটনা ৷

author img

By

Published : Sep 4, 2019, 4:30 PM IST

তিনিচুকীয়াত দিন-দুপৰতে ডকাইতি
  • তিনিচুকীয়াত শিহৰণকাৰী ডকাইতিৰ ঘটনা ৷
  • দিন-দুপৰতে দুৰ্বৃত্তই লুটিলে ধন ৷
  • চিচিটিভিত আবদ্ধ সমগ্ৰ দৃশ্যাৱলী ৷
  • ডিব্ৰুগড় ঢেকীয়াজুলিৰ সঞ্জীৱ কোঁৱৰ নামৰ লোকজনক লুটিলে দুৰ্বৃত্তই ৷
  • বাইকত অহা দুৰ্বৃত্তই লুটি নিলে 2লাখ টকা ৷
  • ঘটনাস্থলীত আৰক্ষীৰ অভিযান আৰম্ভ ৷
    তিনিচুকীয়াত দিন-দুপৰতে ডকাইতি

  • তিনিচুকীয়াত শিহৰণকাৰী ডকাইতিৰ ঘটনা ৷
  • দিন-দুপৰতে দুৰ্বৃত্তই লুটিলে ধন ৷
  • চিচিটিভিত আবদ্ধ সমগ্ৰ দৃশ্যাৱলী ৷
  • ডিব্ৰুগড় ঢেকীয়াজুলিৰ সঞ্জীৱ কোঁৱৰ নামৰ লোকজনক লুটিলে দুৰ্বৃত্তই ৷
  • বাইকত অহা দুৰ্বৃত্তই লুটি নিলে 2লাখ টকা ৷
  • ঘটনাস্থলীত আৰক্ষীৰ অভিযান আৰম্ভ ৷
    তিনিচুকীয়াত দিন-দুপৰতে ডকাইতি
Intro:BREAKING NEWS:

তিনিচুকীয়াৰ চিৰাপত্তিত দিন-দুপৰতে দুৰ্বৃত্ব‌ই লুটিলে পথাচাৰীৰ ধন ।

ডিব্ৰুগড় ঢেকীয়াজুলিৰ সঞ্জীৱ কোঁৱৰ নামৰ এজন ব্যক্তিৰ পৰা নগদ দুই লাখ টকা থপৰিয়াই নিলে বাইকত অহা দুই দুৰ্বৃত্ব‌ই ।

পেচাত চাহ ব্যৱসায়ী কোঁৱৰে তিনিচুকীয়াৰ উনাইটেড বেংকৰ পৰা উলিয়াই আনিছিল ২ লাখ টকা

চিচি টিভিত আবদ্ধ সমগ্র দৃশ্য

ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।Body:BYET:- সঞ্জীৱ কোঁৱৰConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.