ETV Bharat / state

বাঘজান তৈলখাদঃ তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী - বাঘজান অইল খাদৰ পৰা নিৰ্গত হােৱা গেছ

খনিজ তেলৰ বাবে ইতিমধ্যে মৃত্যমুখত পৰিছে বাঘজানৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহৰ জীৱকুল ৷ সেয়ে বাঘজান অইল খাদৰ পৰা নিৰ্গত হােৱা গেছ শীঘ্রে বন্ধ কৰা,বাঘজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ পূর্ণ নিৰাপত্তা প্ৰদান,বাঘজান গাঁৱৰ আক্রান্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপুৰণ প্ৰদান,ডিব্রু চৈখােৱা আৰু মতাপুং মাগুৰি বিলৰ জীৱকুল ৰক্ষা কৰা,তিনিচুকীয়া জিলাত নতুনকৈ তৈল খাদ স্থাপন বন্ধ কৰা আদি কেইবাটাও দাবী জনাই মৌন প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই ।

Tinsukia Baghjan oil field ges leak affects local people
বাঘজান তৈলখাদঃ তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Jun 1, 2020, 7:54 PM IST

তিনিচুকীয়া, 1 জুনঃ তিনিচুকীয়া জিলাৰ বাঘজান তৈলখাদৰ ঘটনা সম্পৰ্কত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম মৰাণ সভাৰ লগতে মৰাণ জাতীয় মহিলা পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ চৰকাৰী নিৰ্দেশনা মানি সামাজিক দুৰত্ব বৰ্তাই হাতে হাতে প্লে-কাৰ্ড লৈ অইলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ।

বাঘজান তৈলখাদ
খনিজ তেলৰ বাবে ইতিমধ্যে মৃত্যমুখত পৰিছে বাঘজানৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহৰ জীৱকূল ৷ সেয়ে বাঘজান অইল খাদৰ পৰা নিৰ্গত হােৱা গেছ শীঘ্রে বন্ধ কৰা,বাঘজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ পূর্ণ নিৰাপত্তা প্ৰদান,বাঘজান গাঁৱৰ আক্রান্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপুৰণ প্ৰদান,ডিব্রু চৈখােৱা আৰু মতাপুং মাগুৰি বিলৰ জীৱকুল ৰক্ষা কৰা,তিনিচুকীয়া জিলাত নতুনকৈ তৈল খাদ স্থাপন বন্ধ কৰা আদি কেইবাটাও দাবী জনাই মৌন প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই ।লগতে পঢ়কঃ মহাৰাষ্ট্ৰত চিকিৎসা প্ৰদান কেৰালাৰ চিকিৎসকৰ দলৰ

ইয়াৰোপৰি জৈব বৈচিত্ৰৰ লগতে জনবসতিপূৰ্ণ এলেকাত উদ্যোগ স্থাপন কৰিবলৈ চৰকাৰক অনুমতি প্ৰদান নকৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ‌ও প্ৰেৰণ কৰে সংগঠন কেইটাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.