ETV Bharat / state

তিনিচুকীয়াত পথ দূৰ্ঘটনাত নিহত আৰক্ষী বিষয়া

author img

By

Published : Aug 12, 2019, 1:15 PM IST

থিতাতে নিহত পানীতোলা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক সুনীল গগৈ

তিনিচুকীয়াৰ নপুখুৰী দুলীয়াজান তিনিচুকীয়া পথত ভয়ংকৰ পথ দুৰ্ঘটনা

তিনিচুকীয়া, 12 আগষ্ট: তিনিচুকীয়াৰ নপুখুৰী দুলীয়াজান তিনিচুকীয়া পথত ভয়ংকৰ পথ দুৰ্ঘটনা

এখন ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা এখন Hyundai Xcent বাহনৰ

ফলত থিতাতে নিহত Xcent খনৰ চালক সুনীল গগৈ

গুৰুতৰভাৱে আহত সুনীল গগৈৰ পত্নী আৰু কন্যা

পানীতোলা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল নিহত সুনীল গগৈ

পৰিয়ালৰ সৈতে বৰডুবিৰ পৰা তিনিচুকীয়ালৈ আহি আছিল সুনিল গগৈৰ বাহনখন

Hyundai Xcent খনৰ নম্বৰ AS-23 S5460

Intro:BREAKING NEWS:

তিনিচুকীয়াৰ নপুখুৰী দুলীয়াজান তিনিচুকীয়া পথত ভয়ংকৰ পথ দুৰ্ঘটনা।

ৰৈ থকা ট্ৰাকত খুন্দা Hyundai Xcent গাড়ীৰ। নিহত Xcent খনৰ চালক সুনীল গগৈ।

আনহাতে গুৰুত্বভাৱে আহত সুনীল গগৈৰ পত্নী আৰু কন্যা

নিহত সুনীল গগৈ পানীতোলা আৰক্ষী চকীৰ SI

পৰিয়ালৰ সৈতে বৰডুবিৰ পৰা তিনিচুকীয়ালৈ আহি আছিল সুনিল গগৈৰ বাহনখন

ট্ৰাকখনৰ নম্বৰAS23G2585।
Hyundai Xcent খনৰ নম্বৰ AS23S5460।Body:nilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.