ETV Bharat / state

ডাঙৰী আছুৰ নৱ নিৰ্মিত কাৰ্যালয় উদ্ধোধন লুৰিন জ্যোতি গগৈৰ

author img

By

Published : Oct 5, 2020, 9:52 PM IST

আছুৰ কাৰ্যালয়টো শুভ উদ্ধোধন কৰাৰ পূৰ্বে ডাঙৰীৰ নামঘৰত সেৱা আগবঢ়াই লুৰিন জ্যোতি গগৈয়ে ।

tinsukia-aasu-office-inaugurated
ডাঙৰী আছুৰ নৱ নিৰ্মিত কাৰ্যালয় উদ্ধোধন লুৰিন জ্যোতি গগৈৰ

শদিয়া, ৫ অক্টোবৰ : ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ডাঙৰী ছাত্র সন্থাৰ কাৰ্যালয়টো সোমবাৰে শুভ উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে ।

উক্ত কাৰ্যালয়টো শুভ উদ্ধোধন কৰাৰ আৰম্ভণিতে ডাঙৰী শ্বহীদ বেদীত সম্পাদক গৰাকীয়ে মাল্য অৰ্পণ কৰি বন্তি প্ৰজলন কৰে । শ্বহীদ বেদীৰ মাল্য দান কৰাৰ পিছতে সম্পাদক গৰাকীক গায়ন বায়নেৰে আছুৰ নৱ নিৰ্মিত কাৰ্যালয়লৈ আগবঢ়াই লৈ যোৱা হয় । আছুৰ কাৰ্যালয়টো শুভ উদ্ধোধন কৰাৰ পূৰ্বে ডাঙৰীৰ নামঘৰত সেৱা আগবঢ়াই লুৰিন জ্যোতি গগৈয়ে । আছুৰ কাৰ্যালয়তো শুভ উদ্ধোধন কায্যসূচীৰ পিছতে তিনিচুকীয়া জিলা ছাত্র সন্হাৰ সহ: সম্পাদক পুহেশ্বৰ সোণোৱালৰ সঞ্চালকত এখনি সভা অনুষ্ঠিত হয় । উক্ত সভাত অংশগ্ৰহণ কৰে আছুৰ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক : ভূমিক কেন্দ্ৰ কৰি নগাঁৱৰ এখন নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.