ETV Bharat / state

তিনিচুকীয়াৰ শংকৰ চাহ বাগিচাৰ হেড ফিটাৰ গৌৰাং সোন্দৰ দেৱ’ক অপহৰণ

author img

By

Published : Oct 11, 2019, 11:43 PM IST

তিনিচুকীয়াৰ তালাপস্থিত শংকৰ চাহ বাগিছাৰ মুখ্য ফিটাৰ (fitter) হিচাপে কৰ্মৰত গৌৰাংগ সোন্দৰ দেৱ নামৰ লোকজনক অপহৰণ । চাৰিজনীয়া অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰে মুখ্য ফিটাৰ ৰূপে কৰ্মৰত লোকজনক ৷

অপহূত গৌৰাংগ সোন্দৰ দেৱ

তিনিচুকীয়া, 11 অক্টোবৰঃ শুকুৰবাৰে তিনিচুকীয়াৰ ডুমডুমা থানাৰ অন্তৰ্গত তালাপত সংঘটিত হয় এক অপহৰণ কাণ্ড । সন্ধিয়া প্ৰায় ৭ বজাত চাৰিজনীয়া অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰে তালাপস্থিত শংকৰ চাহ বাগিছাৰ মুখ্য ফিটাৰ (fitter) হিচাপে কৰ্মৰত গৌৰাংগ সোন্দৰ দেৱ নামৰ লোকজনক । ইফালে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য অনুসৰি প্ৰথমে সামৰিক পোছাকত দুজন অস্ত্ৰধাৰী যুৱক আহিছিল চাহ ফেক্টৰীটোলৈ আৰু বাগিছাখনৰ পৰিচালকক বিছাৰিছিল যুৱক কেইজনে । কিন্তু নিজকে আলফা (স্বাধীন)ৰ সদস্য বুলি পৰিচয় দি বাগিছাৰ পৰিচালক গৰাকীক নাপাই মুখ্য ফিটাৰ হিচাপে কৰ্মৰত গৌৰাংগ দেৱকে লৈ যায় ।

kidnap
অপহূত গৌৰাংগ সোন্দৰ দেৱ

ইফালে জিলাখনত আলফাৰ দুধৰ্ষ নেতা ৰূপম অসমৰ নেতৃত্বত এটা চাৰিজনীয়া আলফাৰ দল বিচৰণ কৰি ফুৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল ৷ ঘটনাস্থলীত ইতিমধ্যে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ লগতে ভাৰতীয় সেনাৰ কেইবাটাও বাহিনী উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান । সম্প্ৰতি ঘটনাক কেন্দ্ৰ কৰি চাহ বাগিচাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷

Intro:তিনিচুকীয়াত চাহ বাগিচাৰ কৰ্মচাৰীক অপহৰণৰ ঘটনা ।

Oc:- শুকুৰবাৰে তিনিচুকীয়াৰ ডুমডুমা থানাৰ অন্তৰ্গত তালাপত সংঘটিত হয় এক অপহৰণ কাণ্ড । শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত চাৰিজনীয়া অস্ত্ৰধাৰীৰ এটা দলে অপহৰণ কৰে তালাপস্থিত শংকৰ চাহ বাগিছাত মুখ্য ফিটাৰ (fitter) হিচাপে কৰ্মৰত গৌৰাংগ সোন্দৰ দেৱ নামৰ ব্যক্তিজনক । ইফালে প্ৰত্যক্ষদৰ্শীৰ মন্তব্য অনুসৰি প্ৰথমে সামৰিক পোছাকত দুজন অস্ত্ৰধাৰী যুৱক আহিছিল চাহ ফেক্টৰীটোলৈ আৰু বাগিছা খনৰ পৰিচালকক বিছাৰিছিল যুৱক কেইজনে । যুৱক কেইজনে নিজকে আলফা (স্বাধীন)ৰ সদস্য বুলি পৰিচয় দি বাগিছাৰ পৰিচালক গৰাকীক নাপায় মুখ্য ফিটাৰ হিচাপে কৰ্মৰত গৌৰাংগ দেৱকে লৈ যায় যুৱকৰ দলটোৱে । ইফালে জিলাখনত আলফাৰ দুধৰ্ষ নেতা ৰূপম অসমৰ নেতৃত্বত এটা চাৰিজনীয়া আলফাৰ দল বিচৰণ কৰি ফুৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল আৰু ঘটনা স্থলীত ইতিমধ্যে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ লগতে ভাৰতীয় সেনাৰ কেইবাটাও বাহিনী উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান ।Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.