ETV Bharat / state

তিনিচুকীয়াত তীব্ৰবেগী বুলেট আৰু KTM বাইকৰ মুখামুখি সংঘৰ্ষত নিহত তিনি যুৱক - ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল

তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় তিনিজন যুৱক ৷ মাকুম পথত তীব্ৰবেগী বুলেট আৰু KTM বাইকৰ মুখামুখি সংঘৰ্ষ ৷

তীব্ৰবেগী বুলেট আৰু KTM বাইকৰ মুখামুখি সংঘৰ্ষত নিহত তিনি
author img

By

Published : Oct 29, 2019, 5:42 PM IST

তিনিচুকীয়া, 29 অক্টোবৰঃ মঙলবাৰে পুৱতি নিশা তিনিচুকীয়াত শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনিজন যুৱক ৷ তিনিচুকীয়া চহৰৰ মাকুম পথত তীব্ৰবেগী বুলেট আৰু KTM বাইকৰ মুখামুখি সংঘৰ্ষত চাৰিজন বাইক আৰোহীৰ থিতাতে নিহত হয় দুজনৰ ৷ থিতাতে নিহত হোৱা যুৱকদ্বয় ক্ৰমে থাৰ্মেলৰ ঋষভ দত্ত আৰু মাকুম জ্যোতি নগৰৰ পুলিন দে’ ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা ভৈৰৱ গোঁহাই নামৰ যুৱকজনৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে আৰু জ্যোতিনগৰৰ কৃষ্ণ মাহাতু নামৰ আন এজন যুৱকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷

তীব্ৰবেগী বুলেট আৰু KTM বাইকৰ মুখামুখি সংঘৰ্ষ

আৰু পঢ়কঃ ডিগবৈত পথ দুৰ্ঘটনা: থিতাতে নিহত এজন

Intro:STORY:- তিনিচুকীয়া ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ৩

তিনিচুকীয়া,২৯ অক্টোবৰঃ-
দীপাৱলীৰ আনন্দৰ উল্লাসৰ মাজতেই পুৱতি নিশা তিনিচুকীয়াত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তথ্য অনুসৰি মংগলবাৰে পুৱতি নিশা তিনিচুকীয়া চহৰৰ মাকুম পথত তিব্ৰবেগী বুলেট আৰু KTM বাইকৰ মুখামুখি সংঘৰ্ষৰ সূত্ৰপাত ঘটে৷ মুখামুখি সংঘৰ্ষত চাৰিজন বাইক আৰোহীৰ দুজন থিতাতে নিহত হয়৷ নিহত বাইক আৰোহীদ্বয় হ’ল থাৰ্মেলৰ ঋষভ দত্ত আৰু মাকুম জ্যোতি নগৰৰ পুলিন দে’৷ ইপিনে গুৰুত্বৰভাৱে আহত ককৰাতলিৰ ভৈৰৱ গোঁহাইক চিকিৎসালয়লৈ নি থকা পথতে মৃত্যু ঘটাৰ বিপৰীতে জ্যোতিনগৰৰ কৃষ্ণ মাহাতুক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে৷Body:NilConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.