ETV Bharat / state

শদিয়াত উদ্ধাৰ কাকপথাৰৰ যুৱকৰ মৃতদেহ

author img

By

Published : Nov 23, 2019, 9:50 AM IST

তিনিচুকীয়াৰ শদিয়াত এটা মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো কাকপথাৰৰ এজন যুৱকৰ বুলি চিনাক্ত ৷

শদিয়াত কাকপথাৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

শদিয়া,23 নৱেম্বৰ : তিনিচুকীয়াৰ বৰহাপজানত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো কাকপথাৰৰ লাজুম গাঁৱৰ জুমন দহোতীয়াৰ পুত্ৰ কমল দহোতীয়া বুলি ইতিমধ্যে চিনাক্তকৰণ হৈছে ৷ শুকুৰবাৰে সন্ধিয়া 7 মান বজাত বৰহাপজানৰ ধনশিৰি ফেক্টৰীৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ মৃতদেহটোত আঘাটৰ চিন স্পৰ্ষ্ট ৷ যুৱকজনক হত্যা কৰি মৃতদেহটো পেলাই থৈ গৈছে বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷ বৰ্তমান মৃতদেহটোক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক:ডিব্ৰুগড়ৰ চহৰৰ মাজ মজিয়াত মহিলাক আক্ৰমণ

Intro:কাকপথাৰৰ যুৱকৰ মৃতদেহ বৰহাপজানত উদ্ধাৰ

শদিয়া : তিনিচুকীয়াৰ বৰহাপজানত এটা মৃতদেহ পৰি থকাৰ বাতৰি পোৱা গৈছে ৷ মৃতদেহটো কাকপথাৰৰ লাজুুম গাঁৱৰ জুমন দহোতীয়াৰ পুত্ৰ কমল দহোতীয়া(18) বুলি জানিব পৰা গৈছে ৷ সন্ধিয়া সাত মান বজাত বৰহাপজানৰ ধনশিৰি ফেক্টৰীৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ মৃতদেহটোত আঘাটাৰ চিন স্পৰ্ষ্ট ৷ কোনোবাই হত্যা কৰি এনেদৰে মৃতদেেহটো পেলাই থৈ গৈছে বুলি ৰাইজে সন্দেহ কৰিছে ৷ যুৱকৰ এইদৰে মৃতদেহ উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কপিছে ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.