ETV Bharat / state

২৮ বছৰে কৰদৈগুৰিৰ আশ্ৰয় শিৱিৰত দিন পাৰ কৰা পৰিয়ালৰ কাষত লুৰিণ জ্যেতি গগৈ - ডুমডুমাৰ কৰদৈগুৰিত লুৰিণ জ্যেতি গগৈ

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ভিতৰুৱা কৰদৈগুৰি গাঁৱত অনুষ্ঠিত হোৱা খিলঞ্জীয়াৰ ৰণ হুংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ কৰদৈগুৰিৰ আশ্ৰয় শিৱিৰত বসবাস কৰা ১২ টা খিলঞ্জীয়া পৰিয়ালৰ মৰ্মবেদনাৰ বুজ ল'য় সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ৷

Tinisukia CAA Protest
২৮ বছৰে কৰদৈগুৰিৰ আশ্ৰয় শিৱিৰত দিন পাৰ কৰা পৰিয়ালৰ কাষত লুৰিণ জ্যেতি গগৈ
author img

By

Published : Jan 25, 2020, 7:36 PM IST

ডুমডুমা,15 জানুৱাৰী : তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ভিতৰুৱা কৰদৈগুৰি গাঁৱত শনিবাৰে অনুষ্ঠিত হোৱা খিলঞ্জীয়াৰ ৰণ হুংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ ৷ এই ৰণ হুংকাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ গৈ লুৰিণ জ্যোতি গগৈয়ে কৰদৈগুৰিৰ আশ্ৰয় শিৱিৰত বসবাস কৰা ১২ টা খিলঞ্জীয়া পৰিয়ালৰ মৰ্মবেদনাৰ বুজ ল'য় । ১৯৯২ চনৰ পৰা বান-খহনীয়াত সৰ্বস্ব হেৰুৱাই এখন বিদ্যালয়ত বিগত ২৮ টা বছৰে আশ্ৰয় লোৱা ১২ টাকৈ পৰিয়ালৰ অৱস্থাৰ বুজ লৈ এই বিষয়ত জাতি-মাটি-ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে আছুৰ সম্পাদক গৰাকীয়ে । ছাত্ৰনেতাজনক কাষত পাই আবেগিক হৈ পৰে আশ্ৰয় শিবিৰত দিন পাৰ কৰা পীড়িত লোকসকল । উল্লেখ্য যে কৰদৈগুৰি অঞ্চলত ১০২ টা পৰিয়ালে বান-খহনীয়াত সৰ্বস্ব হেৰুওৱাই বৰ্তমানেও আশ্ৰয় শিবিৰত দিন পাৰ কৰি আছে ।

২৮ বছৰে কৰদৈগুৰিৰ আশ্ৰয় শিৱিৰত দিন পাৰ কৰা পৰিয়ালৰ কাষত লুৰিণ জ্যেতি গগৈ

লগতে পঢ়ক:অসমত গণতন্ত্ৰ নহয় বিজেপিতন্ত্ৰ চলিছেঃ শৃংখল চলিহা

Intro:Date: 24-01-2020

Slug: ২৮ বছৰে কৰদৈগুৰিৰ আশ্ৰয় শিৱিৰত দিন পাৰ কৰা পৰিয়ালৰ কাষত লুৰিণ জ্যেতি গগৈ ।

V/O: তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ভিতৰুৱা কৰদৈগুৰি গাঁৱত অনুষ্ঠিত হোৱা খিলঞ্জীয়াৰ ৰণ হুংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কৰদৈগুৰিৰ আশ্ৰয় শিৱিৰত বসবাস কৰা ১২ টা খিলঞ্জীয়া পৰিয়ালৰ মৰ্মবেদনাৰ বুজ ল'য় । ১৯৯২ চনৰ পৰা বান-খহনীয়াত সৰ্বস্ব হেৰুওৱাই এখন বিদ্যালয়ত বিগত ২৮ টা বছৰে আশ্ৰয় লোৱা ১২ টাকৈ পৰিয়ালৰ অৱস্থাৰ বুজ লৈ জাতি-মাটি-ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক তিব্ৰ সমালোচনা কৰে । লুৰিণ জ্যোতি গগৈক কাষত পাই আবেগিক হৈ পৰে আশ্ৰয় শিবিৰত দিন পাৰ কৰা লোকসকল । ইফালে কৰদৈগুৰি অঞ্চলত ১০২ টা পৰিয়ালে বান-খহনীয়াত সৰ্বস্ব হেৰুওৱাই বৰ্তমানেও আশ্ৰয় শিবিৰত দিন পাৰ কৰি আছে ।

Byte: লুৰিণ জ্যোতি গগৈ ।
Byte: আশ্ৰয় শিৱিৰত বসবাস কৰা লোক ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 24-01-2020

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.