ETV Bharat / state

তিনিচুকীয়াত 6 বছৰীয়া নাবালিকাৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 6, 2020, 10:36 AM IST

তিনিচুকীয়াত মৃতদেহ উদ্ধাৰ ৷ উদ্ধাৰ হোৱা মৃতদেহটো 6 বছৰীয়া নাবালিকাৰ বুলি জানিব পৰা গৈছে ৷

The body of a 6-year-old girl was recovered in Tinsukiya
তিনিচুকীয়াত 6 বছৰীয়া নাবালিকাৰ মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া, 6 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰংপুৰ গাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ ৰংপুৰ গাঁও নিবাসী সুৰেন খাড়িয়া আৰু গোলাপী ফুকন খাড়িয়াৰ 6 বছৰীয়া কন্যা ৰুনুমী খাড়িয়া পুখুৰীত পৰি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

নিশা ঘৰৰ পাছফালে থকা এটা পুখুৰীত ৰুনুমী খাড়িয়াৰ মৃতদেহ উদ্ধাৰ হয় । নিশাই ফিল'বাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে,ৰুনুমী খাড়িয়া বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল ৷

লগতে পঢ়ক : প্ৰশান্ত ফুকন চেলেপু মানুহঃ নীলমনি সেন ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.