ETV Bharat / state

বিগত এটা মাহে সন্ধানহীন কাকপথাৰৰ প্ৰিয়ংকা ভুমিজ - ডুমডুমা

বিগত বৰ্ষৰ 9 ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে কাকপথাৰ কুমচাঙৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকা ভুমিজ (10) ৷ আৰক্ষী চকীত লিখিত পত্ৰ দাখিল কৰিছে যদিও, আজিলৈ কোনো ধৰণৰ সম্ভেদ পোৱা নাই কিশোৰী গৰাকীৰ ৷

সন্ধানহীন ডুমডুমাৰ এগৰাকী কিশোৰী
সন্ধানহীন ডুমডুমাৰ এগৰাকী কিশোৰী
author img

By

Published : Jan 17, 2020, 1:37 PM IST

কাকপথাৰ, 17 জানুৱাৰীঃ যোৱা 9 ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে কাকপথাৰ কুমচাঙৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকা ভুমিজ (10) ৷ উল্লেখ্য যে, কুমচাং চাহ বাগিচাৰ ১ নং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰী গৰাকী বিগত বৰ্ষৰ 9 ডিচেম্বৰত ডুমডুমাৰ বিচাকুপিৰ পেহীয়েকৰ ঘৰৰ পৰা নিজ ঘৰলৈ উভতি অহাৰ পথৰ পৰা সন্ধানহীন হৈ আছে ৷

9 ডিচেম্বৰৰ পৰা সন্ধানহীন ডুমডুমাৰ এগৰাকী কিশোৰী

মাক-দেউতাক নথকা কিশোৰী গৰাকীৰ সন্ধানৰ বাবে খুড়ীয়েক মৌচুমী ভুমিজে ইতিমধ্যে ডুমডুমা আৰক্ষী চকীত এখন লিখিত পত্ৰ দাখিল কৰিছে যদিও, আজিলৈ কোনো ধৰণৰ সম্ভেদ পোৱা নাই কিশোৰী গৰাকীৰ ৷ কোনো লোকে কিশোৰী গৰাকীৰ সম্ভেদ পালে 6000423731 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়কঃ দলগাঁৱত উদ্ধাৰ উত্তৰ প্ৰদেশৰ চুৰি গাড়ী

Intro:কাকপথাৰৰ কুমচাংৰ ছাত্ৰী সন্ধানহীন, বিগত ৩৫দিনেৰে সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী তথা পৰিয়ালৰলোকে

শদিয়া : কাকপথাৰৰ এগৰাকী ছাত্ৰী নিৰুদ্দেহ হোৱাৰ বাতৰি পোৱা গৈছে ৷ কুমচাং চাহ বাগিচাৰ ১নং প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী প্ৰিয়ংকা ভুমিজ(10) ৯ডিচেম্বৰ ২০১৯ৰ পৰা ডুমডুমাৰ বিছাকুপি পেহিয়েকৰ ঘৰৰ পৰা নিজ ঘৰলৈ উভতাৰ পিছৰে পৰা কোনো সু-সুত্ৰ নাইকীয়া হৈ পৰে ৷ মাক-দেউতাক নথকা কিশোৰী গৰাকীৰ সন্ধানৰ বাবে খুড়ীয়েক মৌচুমী ভুমিজে ডুমডুমা আৰক্ষী থানাত ছাত্ৰীগৰাকীৰ সম্ভেদ উলিয়াবৰ বাবে লিখিত পত্ৰ দিছে যদিও আজিৰ লৈকে কোনো ধৰণৰ সু-সুত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ সদাশয় ব্যক্তিয়ে ছাত্ৰী গৰাকীৰ সম্ভেদ পালে 600423731 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷Body:Byte : familyConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.