ETV Bharat / state

বহাগৰ প্ৰথমটো মঙলবাৰৰ পৰা আৰম্ভ হ’ল সোণোৱাল কছাৰীৰ বিহু

অসমৰ সোণোৱাল কছাৰী লোক সকলে পৰম্পৰা ৰক্ষা কৰি বহাগৰ প্ৰথমটো মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃস্পতিবাৰে সোণোৱাল কছাৰী হুচঁৰি গাই পালন কৰে কছাৰী বিহু ৷ বিশেষকৈ ধলাৰ খাটোৱা গাঁৱৰ সোণোৱাল কছাৰী লোক সকলে আজি উলহ-মালহে পালন কৰে বিহু ৷

বহাগৰ প্ৰথমটো মঙলবাৰৰ পৰা আৰম্ভ হ’ল সোণোৱাল কছাৰীৰ বিহু
বহাগৰ প্ৰথমটো মঙলবাৰৰ পৰা আৰম্ভ হ’ল সোণোৱাল কছাৰীৰ বিহু
author img

By

Published : Apr 22, 2021, 10:47 PM IST

শদিয়া, 22 এপ্ৰিল : অসমৰ সোণোৱাল কছাৰী লোক সকলে বহাগৰ প্ৰথমটো মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃস্পতিবাৰে সোণোৱাল কছাৰী হুচঁৰি গাই পালন কৰে কছাৰী বিহু ৷ বিশেষকৈ ধলাৰ খাটোৱা গাঁৱৰ সোণোৱাল কছাৰী লোক সকলে আজি উলহ-মালহে পালন কৰে বিহু ৷

বহাগৰ প্ৰথমটো মঙলবাৰৰ পৰা আৰম্ভ হ’ল সোণোৱাল কছাৰীৰ বিহু

প্ৰথমে নামঘৰত, তাৰ পাচত গাঁওখনৰ সোণোৱাল কছাৰীৰ প্ৰতিটো পৰিয়ালত হায়দং হুচঁৰি গায় ৷ সোণোৱাল কছাৰী সকলৰ জেষ্ঠ্যজনৰ পৰা কনিষ্ঠ জনলৈকে পুৰুষ সকলে পূৰ্ব পুৰুষক সেৱা জনাই হুচঁৰি আৰম্ভ কৰে ৷ ঠিক সেইদৰে গৃহস্থই পৰম্পৰা অনুসৰি সোণোৱাল কছাৰী বিহুৱা সকলক সেৱা জনাই গ্ৰহন কৰে আশীৰ্বাদ ৷

লগতে পঢ়ক: লক ডাউনৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.