ETV Bharat / state

তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত সৌৰ দোকান উদ্বোধন

author img

By

Published : Aug 28, 2019, 1:28 PM IST

আই আই টি মুম্বাই আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত দোকান মুকলি ৷

তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত সৌৰ দোকান উদ্বোধন

শদিয়া, 28 আগষ্টঃ বুধবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ফিলবাৰীৰ গাভৰুভোটি আৰু কাকজান অঞ্চলত দুখনকৈ সৌৰ শক্তিৰ দোকান উদ্বোধন কৰা হয়৷ আই আই টি মুম্বাই আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত এই দোকান দুখন মুকলি কৰা হয়৷

উল্লেখ্য যে ৰাজ্যিক উক্ত প্ৰকল্পটোৰ 25 গৰাকী আত্মসহায়ক গোটৰ সদস্যাই সৌৰ চাকি নিৰ্মাণ কৰি বিভিন্ন বিদ্যালয়ত বিতৰণ কৰি ইতিমধ্যে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ প্ৰকল্পটোৰ তিনিচুকীয়া জিলাৰ পৰিচালক কমলকান্ত গোৱালাই বুধবাৰে দোকান দুখনৰ শুভ উদ্ধোধন কৰে ৷ লগতে উপস্থিত থাকে আই আই টি মুম্বাইৰ স্থানীয় বিষয়া প্ৰাংগন দুৱৰা, প্ৰকল্পটোৰ কাকপথাৰ উন্নয়ন খণ্ডৰ পৰিচালক বিপ্লৱ গগৈ, কাৰিকৰী পৰিচালক ধনমনি দাসকে ধৰি আত্মসহায়ক গোটৰ বিভিন্ন সদস্যাই৷ এনে সৌৰ শক্তিৰ দ্বাৰা চলিত বিভিন্ন সামগ্ৰীয়ে অঞ্চলটোৰ ৰাইজক উপকৃত কৰিব বুলি আশা কৰিব পাৰি ৷

Intro:তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত সৌৰ দোকান উদ্ধোধন

শদিয়া : তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তগত ফিলবাৰীৰ গাভৰুভোটি আৰু কাকজান অঞ্চলত দুটাকৈ সৌৰ শক্তিৰ দোকান উদ্ধোধন কৰা হয় ৷ IIT মুম্বাই আৰু অসম ৰাজ্যিক গ্ৰামীন জিৱিকা অভিযানৰ উদ্যোগত এই দোকান দুখন মুকলি কৰা হয় ৷ ৰাজ্যিক উক্ত প্ৰকল্পটোৰ ২৫গৰাকী আত্মসহায়ক গোটৰ সদস্যাই সৌৰ চাকি নিৰ্মাণ কৰি বিভিন্ন বিদ্যালয়ত বিতৰণ কৰি ইতিমধ্যে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ অব্যাহত ৰাখিছে ৷ আজি দোকান দুখন শুভ উদ্ধোধন কৰে প্ৰকল্পটোৰ তিনিচুকীয়া জিলাৰ পৰিচালক কমলকান্ত গোৱালাই ৷ লগতে উপস্থিত থাকে আই আই টি মুম্বাইৰ স্থানীয় বিষয়া প্ৰাঙ্গন দুৱৰা, প্ৰকল্পটোৰ কাকপথাৰ উন্নয়ন খণ্ডৰ পৰিচালক বিপ্লৱ গগৈ, কাৰিকৰি পৰিচালক ধনমনি দাসকে ধৰি আত্মসহায়ক গোটৰ বিভিন্ন সদস্যাই ৷ এনে সৌৰ শক্তিৰ দ্বাৰা চলিত বিভিন্ন সামগ্ৰীয়ে অঞ্চলটোৰ ৰাইজক উপকৃত কৰিব বুলি আশা কৰিব পাৰি ৷Body:Byte : কমলাকান্ত গোৱালা ৷ Conclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.