ETV Bharat / state

তিনিচুকীয়াত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - তিনিচুকীয়া

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ

পথ অৱৰোধ
author img

By

Published : Feb 13, 2019, 8:18 PM IST

তিনিচুকীয়া, ১৩ ফেব্ৰুৱাৰী: বহু বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে তিনিচুকীয়াত ৰাজপথলৈ ওলাই আহিল শ শ ক্ষুব্ধ জনতা

পথ অৱৰোধ
undefined

বুধবাৰে পুৱা তিনিচুকীয়াৰ পানীতোলাত নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰি বিধেয়ক বিৰোধী শ্ল’গানৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷

Intro:OC/VO:-নাগৰিকত্ব সংশোধনী বিধেয়ক তিব্ৰ বিৰোধিতা কৰি তিনিচুকীয়াৰ পানীতোলাত শ শ ৰাইজৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথো আৰু ৰেলপথ অৱৰোধ৷বুধবাৰে পুৱাৰ ভাগতে সদৌ অসম মটক সন্মিলনৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিল শ শ ক্ষুব্ধ জনতা৷ বিধেয়ক বিৰোধী শ্ল’গানে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ৷Body:Byet:-Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.