ETV Bharat / state

কাকপথাৰ-তালাপ সংযোগী বাইপাছত দুৰ্ঘটনা, আহত চাৰিজন - কাকপথাৰ-তালাপ সংযোগী বাইপাছত দুৰ্ঘটনা, আহত চাৰিজন

কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কাকপথাৰ-তালাপ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ডিভাইডাৰত খুন্দা মাৰে AS 23Q 5420 নম্বৰৰ এখন চাৰিচকীয়া বাহনে ৷

কাকপথাৰ-তালাপ সংযোগী বাইপাছত দুৰ্ঘটনা, আহত চাৰিজন
author img

By

Published : Sep 17, 2019, 11:20 PM IST

  • কাকপথাৰ-তালাপ বাইপাছত পথ দুৰ্ঘটনা
  • কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা
  • এখন ছেভ্ৰলেট ছেইল গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই খুণ্ডা মাৰে ডিভাইডাৰত
  • দুৰ্ঘটনাগ্ৰস্থ বাহনখনৰ নম্বৰ হৈছে AS 23Q 5420
  • অত্যাধিক মদ্যপান কৰাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ডিভাইডাৰত
  • অৰুণাচল প্ৰদেশৰ পৰা শদিয়াৰ নিজ গৃহলৈ গৈ থাকো সংঘটিত হয় এই দুৰ্ঘটনা
  • মুঠ পাঁচগৰাকী ব্যক্তি আছিল বাহনখনত
    কাকপথাৰ-তালাপ সংযোগী বাইপাছত দুৰ্ঘটনা, আহত চাৰিজন
    কাকপথাৰ-তালাপ সংযোগী বাইপাছত দুৰ্ঘটনা, আহত চাৰিজন
  • গাড়ীৰ ভিতৰৰ পৰা বহু মদৰ বটল উদ্ধাৰ কৰে আৰক্ষীয়ে
  • আঘাতপ্ৰাপ্ত সকল ক্ৰমে শদিয়াৰ জৰ্নাদন গগৈ, নিৰুপম বুঢ়াগোহাঁই, চিন্ময় গগৈ, অংকুৰ গগৈ আৰু ৰঞ্জন গগৈ ৷
  • জৰ্নাদন গগৈৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে
  • আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ

Intro:কাকপথাৰ-তালাপ সংযোগী বাইপাছত দুৰ্ঘটনা, চাৰিজন আহত

শদিয়া : কাকপথাৰ আৰক্ষী থানাৰ অন্তগত কাকপথাৰ-তালাপ বাইপাছত এক পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এখন ছেভলেট ছেইল গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই খুণ্ডা মাৰে বাইপাছটোৰ ডিভাইডাৰত ৷ AS 23 Q 5420 নম্বৰৰ গাড়ীখনৰ চালকে অত্যাধিক মদ্যপান কৰি অৰুণাচল প্ৰদেশৰ পৰা শদিয়াৰ নিজ গৃহলৈ গৈ আছিল বুলি জানিব পৰা গৈছে ৷ চালকৰ লগতে আন চাৰিজনেও অত্যাধিক মদ্যপান কৰাৰ লগতে গাড়ীৰ ভিতৰত বহুতো মদৰ বটল পোৱা গৈছে বুলি আৰক্ষীয়ে অভিযোগ কৰিছে ৷ আঘাটপ্ৰাপ্ত সকল ক্ৰমে শদিয়াৰ জৰ্নাদন গগৈ, নিৰুপম বুঢ়াগোহাঁই, চিন্ময় গগৈ, অংকুৰ গগৈ আৰু ৰঞ্জন গগৈ ৷ তাৰে জৰ্নাদন গগৈৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে ৷Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.