ETV Bharat / state

কাকপথাৰত মৰাণসকলৰ ঐতিহ্যমণ্ডত ৰাতি বিহু উদযাপন - শ্যামন্তীকা শৰ্মা

কাকপথাৰত ৰাতিবিহু, তিনিহাজাৰ নাচনীৰ নাচত মতলীয়া কাকপথাৰবাসী

কাকপঠাৰত মৰাণসকলৰ ঐতিহ্যমণ্ডত ৰাতি বিহু উদযাপন
author img

By

Published : Apr 21, 2019, 2:17 PM IST

শদিয়া, 21 এপ্ৰিলঃ মৰাণসকলৰ নিজৰ সংস্কৃতি ৰাতি বিহু উদযাপন কাকপথাৰত ৷ এইবাৰ অষ্টম বৰ্ষত ভৰি দিয়া ৰাতিবিহুখন শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে কাকপথাৰ ৰাজহুৱা খেলপথাৰত সম্পন্ন হয় ৷ পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনেৰে আৰম্ভ হোৱা অনুষ্ঠানত তিনিহাজাৰ নাচনীৰ লগতে প্ৰায় বিশ হাজাৰ মৰাণ বিহুৱাই অংশগ্ৰহণ কৰে ৷ সমদল কৰি কাকপথাৰ ৰাজহুৱা খেলপথাৰত হোৱা নিদিষ্ট স্থানত মৰাণ ডেকাৰ চাকচনি মাৰিয়ে পৰিৱেশ সজীৱ কৰি তোলে ৷

কাকপঠাৰত মৰাণসকলৰ ঐতিহ্যমণ্ডত ৰাতি বিহু উদযাপন

মৰাণসকলৰ ৰাতিবিহুৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সচিব ৰঞ্জন চক্ৰৱতী, সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, পৰ্যটন বিভাগৰ সঞ্চালক দেৱকুমাৰ মিশ্ৰ, আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি বোলছবি জগতৰ অভিনেত্ৰী শ্যামন্তীকা শৰ্মা উপস্থিত থাকে ৷ প্ৰায় তিনি হাজাৰ নাচনীৰ নাচত, ডেকা সকলৰ চাকচনিৰ মাতত ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰে সমগ্ৰ কাকপথাৰ ৷

Intro:কাকপথাৰত ৰাতিবিহু, তিনিহাজাৰ নাচনিৰ নাচত মতলীয়া কাকপথাৰবাসী

শদিয়া : অসমৰ অন্যতম ভুমিপুত্ৰ জনগোষ্ঠী মৰাণসকলৰ নিজৰ সংস্কৃতি ৰাতি বিহু কাকপথাৰ উদযাপন কৰে ৷ এইবাৰ অষ্টম বৰ্ষত ভৰি দিয়া ৰাতিবিহুখনি আজি দিনযোৰা কাৰ্যসুচীৰে কাকপথাৰ ৰাজহুৱা খেলপথাৰচ সম্পন্ন হয় ৷ পুৱা পতাক উত্তোলন, স্মৃতি তৰ্পনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত তিনিহাজাৰ নাচনিৰ লগতে প্ৰায় বিশ হাজাৰ মৰাণ বিহুৱাই অংশগ্ৰহণ কৰে ৷ সমদল কৰি কাকপথাৰ ৰাজহুৱা খেলপথাৰত হোৱা নিদিষ্ট স্থানত মৰাণ ডেকাৰ চাকচনি মাৰিয়ে পৰিবেশটো সজীব কৰি তোলে ৷ মৰাণসকলৰ ৰাতিবিহুৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সচীব ৰঞ্জন চক্ৰবতী, সাংস্কৃতিক বিভাগৰ আয়ুক্ত সচীব প্ৰীতম শইকীয়া, পৰ্যটন বিভাগৰ সঞ্চালক দেৱকুমাৰ মিশ্ৰ, আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি বোলছবি জগতৰ অভিনেত্ৰী শ্যামন্তীকা শৰ্মা উপস্থিত থাকে ৷ প্ৰায় তিনি হাজাৰ নাচনিৰ নাচত, ডেকা সকলৰ চাকচনিৰ মাতত ৰঙালী ৰঙেৰে ৰঙীন হৈ পৰে সমগ্ৰ কাকপথাৰ ৷ অভিনেত্ৰী শ্যামন্ত্ৰীকা শৰ্মা, আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি আমন্ত্ৰীত অতিথি সকলো নাচত মতলীয়া হৈ পৰে ৷ কাকপথাৰ সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহৰ পৰা হাজাৰ হাজাৰ নাচনীয়ে শোভাযাত্ৰা কৰি অহা দৃশ্য আছিল অপূৰ্ব ৷Body:Bite : 1/ উদযাপন সমিতিৰ বিষয়ববীয়া
2/ শ্যামন্ত্ৰীকা শৰ্মা, অভিনেত্ৰী
3/ লুৰিণজ্যোতি গগৈ, সম্পাদক, আছুConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.