ETV Bharat / state

কাক' চাহ ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ দল-সংগঠনৰ - ফিল'বাৰী

বটলিফ চাহ ফেক্টৰীৰ মইমতালীত অতিষ্ঠ থলুৱা ক্ষুদ্ৰ চাহ ব্যৱসায়ী । কাক' চাহ ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত দল-সংগঠনৰ। ফিল'বাৰীৰ এগৰাকী ক্ষুদ্ৰ চাহ ব্যৱসায়ীৰ কেঁচা চাহপাত বিভিন্ন অজুহাত দেখুৱাই প্ৰায় ২০ শতাংশ কাটি দিয়াৰ বাবেই প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে ৷

তিনিচুকীয়া
কাক' চাহ ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ দল-সংগঠনৰ
author img

By

Published : Aug 4, 2020, 2:08 PM IST

তিনিচুকীয়া,4 আগষ্টঃ বটলিফ চাহ ফেক্টৰী সমূহৰ মালিক পক্ষৰ মইমতালীত অতিষ্ঠ হৈ পৰিছে তিনিচুকীয়া জিলাখনৰ থলুৱা ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকল। একাংশ চাহ ফেক্টৰী সমূহে থলুৱা ক্ষুদ্ৰ চাহ ব্যৱসায়ীসকলক বিভিন্ন ধৰণেৰে শোষণ কৰি অহা অভিযোগ উত্থাপন হৈছে । সোমবাৰে তেনে এক ঘটনা সংঘটিত হ'ল তিনিচুকীয়া জিলাৰ বৰহাপজানস্থিত কাক' টি প্ৰাইভেট লিমিটেড নামৰ চাহ ফেক্টৰীটোত ।

কাক' চাহ ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ দল-সংগঠনৰ

ফিল'বাৰীৰ এগৰাকী ক্ষুদ্ৰ চাহ ব্যৱসায়ীৰ কেঁচা চাহপাত বিভিন্ন অজুহাত দেখুৱাই প্ৰায় ২০ শতাংশ কাটি দিয়ে । ইয়াকে লৈ নিশা উত্তপ্ত হৈ পৰে কাক' চাহ ফেক্টৰীৰ চৌহদ । ফেক্টৰীটোৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাই ফেক্টৰী কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে চাওকঃ বিৰভূমৰ ইটিভি ভাৰতৰ সাংবাদিকৰ বিৰুদ্ধে ৰুজু তিনিটাকৈ গোচৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.