ETV Bharat / state

মহানগৰীৰ চচলত প্ৰতিবাদ বাঘজানবাসীৰ

মহানগৰীৰ চচলত অৰ্ধ উলংগ প্ৰতিবাদ বাঘজানৰ অইল খাদ বিস্ফোৰণত ক্ষতিগ্ৰস্ত পৰিয়ালৰ ৷

protest  at chacal
মহানগৰীৰ চচলত প্ৰতিবাদ বাঘজানবাসীৰ
author img

By

Published : Oct 20, 2020, 1:26 PM IST

গুৱাহাটী,19 অক্টোবৰ: বাঘজানৰ অইল খাদ বিস্ফোৰণত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ লোকসকলে মঙলবাৰে গুৱাহাটীৰ চচলত অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ তেওলোকৰ দাবী যে,বাঘজানৰ অইল খাদ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাঁচ মাহ হৈ গ'ল,কিন্তু আজিলৈকে নাপালে কোনো ক্ষতিপুৰণ ৷ বাঘজানবাসীৰ সম্পূৰ্ণ ঘৰ দুৱাৰ জ্বলি চাৰখাৰ হল,বিদ্যালয় খোলাৰ পিছতো লৰা ছোৱালী স্কুল যাব পৰা নাই ৷ গতিকে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ লগতে Oil India কৰ্তৃপক্ষই যদি অতি শীঘ্ৰে ক্ষতিপূৰণ নিদিয়ে তেন্তে নতুন দিল্লীত গৈ উলংগ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক:জুইৰ শিখাৰে অংকণ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.