ETV Bharat / state

মাৰ্ঘেৰিটাৰ উলুপত AJYCP জোঁৰ সমদল

author img

By

Published : Jan 4, 2020, 11:54 PM IST

যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে শনিবাৰে সন্ধিয়া উলুপৰ পৰা ইনথেমলৈ এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে ।

মাৰ্ঘেৰিটা
মাৰ্ঘেৰিটাৰ উলুপত জোঁৰ সমদল বাহিৰ

মাৰ্ঘেৰিটা, 4 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত সমগ্ৰ অসমতে শনিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰে। সেই অনুসৰি মাৰ্ঘেৰিটাতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে শনিবাৰে সন্ধিয়া উলুপৰ পৰা ইনথেমলৈ এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে। উক্ত জোঁৰ সমদল কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা উলুপৰ লগতে সাধাৰণ সম্পাদক কাঞ্চন বড়াই অংশগ্ৰহণ কৰে।

মাৰ্ঘেৰিটাৰ উলুপত AJYCP জোঁৰ সমদল

লগতে পঢ়কঃ জামিন লাভ প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ

Intro:মাৰ্ঘেৰিটাৰ উলুপত 'কা'ৰ বাতিলৰ দাবীত জোঁৰ সমদল।

V/O: নাগৰিকত্ব সংশোধনী আইন ২০২০ বাতিলৰ দাবীত সমগ্ৰ অসমতে আজি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। 'কা'ৰ বিৰোধী আন্দোলনৰ কাৰ্যসূচী অনুসৰি মাৰ্ঘেৰিটাতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে আজি সন্ধিয়া উলুপৰ পৰা ইনথেমলৈ এক এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে। উক্ত জোঁৰ সমদল কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা উলুপৰ লগতে সাধাৰণ সম্পাদক কাঞ্চন বড়াই অংশগ্ৰহণ কৰে।

Body:
বাইট : কাঞ্চন বড়া (জিলা সমিতিৰ সাধাৰণ সম্পাদক).Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.