ETV Bharat / state

মাকুমত কমাণ্ডো গিৰীশ দত্তৰ হত্যাকাৰীক আটক - মাকুম

মাকুমৰ দ্বিতীয় অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ সমীপত অসম আৰক্ষীৰ কমাণ্ডো গিৰীশ দত্তক দুৰ্বৃত্তৰ দলে দাৰে  ঘপিয়াই হত্যা কৰিছিল। হত্যাকাণ্ডৰ পিছতে সমগ্র মাকুম তথা ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছিল।

মাকুমত আৰক্ষী জোৱান হত্যাকাৰীক আটক
author img

By

Published : Jun 4, 2019, 4:24 PM IST

তিনিচুকীয়া, ৪ জুনঃ তিনিচুকীয়াৰ মাকুমত অসম আৰক্ষীৰ কমাণ্ডো জোৱান গিৰীশ দত্তৰ হত্যাকাৰীক আটক । মাকুমৰ দ্বিতীয় অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ সমীপত অসম আৰক্ষীৰ কমাণ্ডো গিৰীশ দত্তক দুৰ্বৃত্তৰ দলে দাৰে ঘপিয়াই হত্যা কৰিছিল। হত্যাকাণ্ডৰ পিছতে সমগ্র মাকুম তথা ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছিল। সোমবাৰে পুৱাই স্থানীয় ৰাইজ আৰু পৰিয়ালে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত ৩৮নং ৰাষ্ট্ৰীয় ঘাই থ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছতেই তিনিচুকীয়া আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰি দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে অভিযান চলায় ।

মাকুমত আৰক্ষী জোৱান হত্যাকাৰীক আটক

তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত সোমবাৰে সন্ধিয়া চলা এক অভিযানত হত্যাকাণ্ডটোৰ এগৰাকী অভিযুক্তক বাৰেকুৰী অঞ্চলৰ বৰ গাঁওৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আটকাধীন অভিযুক্তটোৰ নাম মিণ্টু চুতীয়া। আৰক্ষীৰ প্ৰাথমিক তদন্তত ঘটনাৰ সৈতে আৰু 4 অভিযুক্ত জড়িত আছে বুলি জানিব পৰা গৈছে । বৰ্তমান উক্ত 4 দুৰ্বৃত্ত পলাতক হৈ থকাৰ কথা আৰক্ষী বিষয়া ৰিপুঞ্জয় কাকতিয়ে জানিবলৈ দিছে ।

লগতে আন এটা বাতৰি- জুৰীয়া আৰক্ষীৰ তৎপৰতাত জব্দ চুৰি গাড়ী সহ হস্ত নিৰ্মিত পিষ্টল

Intro:STORY:-আৰক্ষী কামাণ্ডো জোৱান হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্তক আটক

OC/VO:-দেওবাৰে নিশা তিনিচুকীয়াৰ মাকুমৰ দ্বিতীয় অসম আৰক্ষী বাহিনীৰ কাৰ্য্যালয়ৰ সমীপত অসম আৰক্ষীৰ কামাণ্ডো জোৱান গিৰিশ দত্তক এটা দুষ্কৃতি কাৰী দলে দাৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰিছিল। হত্যাকাণ্ডৰ পিছতে সমগ্র মাকুম নগৰত তীব্র চাঞ্চল্য সৃষ্টি কৰিছিল। সোমবাৰে পুৱাই স্থানীয় ৰাইজ আৰু পৰিয়ালে দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত ৩৮নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পিছতেই তিনিচুকীয়া আৰক্ষীয়ে ক্ষীপ্ৰ গতিৰে ঘটনাৰ তদন্ত আৰম্ভ কৰি দুষ্কৃতিকাৰী দলটোৰ বিৰুদ্ধে অভিযানত নামি পৰিছিল আৰক্ষী। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত সোমবাৰে সন্ধিয়া চলা এক অভিযানত হত্যাকাণ্ডটোৰ লগত জড়িত এগৰাকী অপৰাধীক বাৰেকুৰী অঞ্চলৰ বৰ গাঁওৰ পৰা আটক কৰিবলৈ সক্ষম হয়। আটকাধীন অপৰাধী টোৰ নাম মিন্টু চুতীয়া। আৰক্ষীৰ প্ৰাথমিক তদন্তত ঘটনাৰ সৈতে আৰু ৪জন অপৰাধী জড়িত আছে। উক্ত ৪জন অপৰাধী পলাতক হৈ থকাৰ কথা আৰক্ষী বিষয়া ৰিপুঞ্জয় কাকতিয়ে জানিবলৈ দিছে। পলাতক আন ৪জনকো অতি সোনকালে আৰক্ষীৰ জালত পৰিব বুলিও জনাইছে তিনিচুকীয়া আৰক্ষীৰ অতিৰিক্ত অধীক্ষক গৰাকীয়ে।

Body:BYET:- ৰিপুঞ্জয় কাকতি,অতিৰিক্ত আৰক্ষী অধীক্ষক

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.