ETV Bharat / state

কাকপথাৰত আৰক্ষীৰ গুণ্ডাগিৰি: আহত নৱম শ্ৰেণীৰ ছাত্ৰ - Police attack on student at Kakopothar

দেওবাৰে নিশা কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক হেমন্ত হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে দোকানত শুই থকা অৱস্থাৰ পৰা উঠাই আনি কোনো কাৰণ নোহোৱাকৈ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে নৱম শ্ৰেণীৰ ছাত্ৰ ৰাজ নেওগক ৷ দোষী আৰক্ষী বিষয়াক নিলম্বন কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ ৷

police-attack-on-student-at-kakopothar
কাকপথাৰত আৰক্ষীৰ গুণ্ডাগিৰি: আহত নৱম শ্ৰেণীৰ ছাত্ৰ
author img

By

Published : Mar 29, 2021, 7:47 PM IST

মৰাণ,29 মাৰ্চ: নিৰ্বাচনী গৰম বতাহৰ মাজতে কাকপথাৰৰ ৰজাগড়ত আৰক্ষীৰ সন্ত্ৰাস ৷ আৰক্ষীৰ গুণ্ডাগিৰিৰ বলি নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰ ৷ আৰক্ষীৰ বৰ্বৰ অত্যাচাৰত গুৰুতৰ ভাৱে আহত ডুমডুমা হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰাজ নেওগ ৷ ঘটনাক লৈ বৰ্তমান উত্তপ্ত হৈ পৰিছে কাকপথাৰ আৰক্ষী থানাৰ চৌহদ ৷ ২৪ ঘন্টাৰ ভিতৰত দোষী আৰক্ষী বিষয়াক নিলম্বন কৰি তেওক উপযুক্ত শাস্তি প্ৰদানৰ দাবী কৰিলে স্থানীয় ৰাইজে ৷

কাকপথাৰত আৰক্ষীৰ গুণ্ডাগিৰি: আহত নৱম শ্ৰেণীৰ ছাত্ৰ

দেওবাৰে নিশা কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক হেমন্ত হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে দোকানত শুই থকা অৱস্থাৰ পৰা উঠাই আনি কোনো কাৰণ নোহোৱাকৈ গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে ছাত্ৰজনক ৷ কেৱল ইমানেই নহয় আৰক্ষীৰ দলটোৱে লৈ গৈ থানাৰ ভিতৰতো মাৰপিট কৰে ডুমডুমা হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ৰাজ নেওগক ৷ সমগ্ৰ ঘটনা চৌদিশে বিয়পি পৰাৰ পাছতে মৰাণ ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে সোমবাৰে কাকপথাৰ আৰক্ষী চকি ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰি ঘটনাৰ লগত জড়িত আৰক্ষী বিষয়া গৰাকীৰ ওপৰত শীঘ্ৰেই বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী উথাপন কৰিছে ৷

লগতে পঢ়কঃ পাথাৰকান্দিত কৃষ্ণেন্দু পালৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.