ETV Bharat / state

ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ডিগবৈত - ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ডিগবৈত

এইবাৰ ইণ্ডিয়ান অইলৰ ডিগবৈস্থিত শোধনাগাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ডিগবৈৰ ৰাইজ ৷ স্থানীয় নাজিৰাটিং পানী যোগান আঁচনিৰ অধীনত অঞ্চলবাসী ৰাইজক নিয়মীয়া পানী যোগানৰ দাবীতে প্ৰতিবাদ ৰাইজৰ ৷

ইণ্ডিয়াই অইল কৰ্পৰেশ্বনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Nov 6, 2019, 5:24 AM IST

Updated : Nov 6, 2019, 9:28 AM IST

মাৰ্ঘেৰিটা, 5 নৱেম্বৰঃ ডিগবৈৰ ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ শোধনাগাৰৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ ৷ নাজিৰাটিং পানী যোগান প্ৰকল্প অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷

ইণ্ডিয়াই অইল কৰ্পৰেশ্বনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

দীৰ্ঘদিন ধৰি খোৱা-পানীৰ নামত সমস্যাত ভুগি আহিছিল স্থানীয় ৰাইজ ৷ যাৰ বাবে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ বিৰুদ্ধে ৷ কিয়নো শোধনাগাৰ কৰ্তৃপক্ষৰ অধীনত থকা নাজিৰাটিং পানী যোগান প্ৰকল্পটোৰ পৰা অনিয়মীয়াকৈ যোগান ধৰি অহা হৈছিল পানী ৷ ইয়াৰ উপৰিও আন বহুকেইটা দিশত শোধনাগাৰটোৱে স্থানীয় ৰাইজক অসুবিধা প্ৰদান কৰি আহিছিল ৷ ইয়াৰ ফলতেই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷

লগতে পঢ়কঃ ভৰলুমুখত ড্ৰাগছ সহ মহিলা সৰবৰাহকাৰী আটক

Intro:

ডিগবৈ আই অ চিৰ শোধনাগাৰৰ নাজিৰাটিং পানী যোগান প্ৰকল্পটো অৱৰোধ কৰি আদিবাসী ছাত্র সংগঠন আৰু স্থানীয় ৰাইজৰ দ্বাৰা প্ৰতিবাদত উত্তাল।

V. O.---ডিগবৈ আই অ চিৰ শোধনাগাৰৰ নাজিৰাটিং পানী যোগান প্ৰকল্পত অৱৰোধ আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজৰ। দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱা পানীৰ অভাৱত জ্বলা কলা খাই অহা স্থানীয় নাজিৰাটিং ৰ ৰাইজে পুৱাই ওলাই আহে প্ৰতিবাদ মুখৰ হৈ প্ৰকল্প তোৰ মুখ্য প্ৰৱেশ দ্বাৰলৈ। নৈৰ পৰা ডিগবৈ শোধনাগাৰলৈ পানী যোগান ধৰা হয় কিন্তু নাজিৰাটিং অঞ্চলত বিশুদ্ধ খোৱা পানী যোগান ধৰা নাই ৷ ফলত অঞ্চলটোত পানী যোগান ধৰা লগতে আন কেইবাটাও সমস্যা সমাধানৰ দাবী এই প্ৰতিবাদ ৷ প্ৰতিবাদৰ ফলত শোধনাগাৰটোত জল সংকটে দেখা দিয়া সম্ভাৱনা ৷ প্ৰকল্পটোৰ কৰ্মৰত অৱস্থাত থকা কৰ্মচাৰিকো প্ৰৱেশ ত বাধাৰ সৃষ্টি হয় প্ৰতিবাদৰ সময়ত। বিশুদ্ধ খোৱা পানী অতি শীঘ্ৰে যোগান নধৰিলে আৰু অধিক আন্দোলন মুখী হৈ পৰিব বুলি আই অ চিক সকীয়াই দিয়ে ভুক্তভোগী প্ৰতিবাদকাৰী সকলে।
Body:Byte---(1)প্ৰতিবাদকাৰী মহিলা,
Byte--(২)অধিবাসী ছাত্র সংগঠনৰ বিষয়ববীয়া।Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
Last Updated : Nov 6, 2019, 9:28 AM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.