ETV Bharat / state

২২৭ গৰাকী শিক্ষাৰ্থীৰ পৰিৱৰ্তে 3 গৰাকী শিক্ষক

author img

By

Published : Jun 15, 2019, 2:44 PM IST

এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত দাইছাজান চাহ বাগিছা প্ৰাথমিক বিদ্যালয় ৷ পৰ্যাপ্ত শ্ৰেণী কোঠা, ডেস্ক-বেঞ্চকে ধৰি ভিন্ন সমস্যাৰ মাজত শিক্ষাগ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ

২২৭ গৰাকী শিক্ষাৰ্থীৰ পৰিৱৰ্তে 3 গৰাকী শিক্ষক

ডুমডুমা, 15 জুন : তিনিচুকীয়া জিলাৰ হাপজান শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয় । নাম দাইছাজান চাহ বাগিছা প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়খনত নাই পৰ্যাপ্ত শ্ৰেণী কোঠা, নাই ডেস্ক-বেঞ্চ ৷ একেটা কোঠাতেই দুটাকৈ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে একেলগে মাটিত বস্তা পাৰি বহি ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰে জীৱনৰ আদিপাঠ ৷ পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত চাহ বাগিছা অঞ্চলত বিশেষকৈ শিক্ষা ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন ঘটাৰ বিপৰীতে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে সমস্যা ।

বিয়াগোম শিক্ষা বিভাগ আৰু চাহ বাগিছা কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবে তালাপৰ দাইচাজান প্ৰাথমিক বিদ্যালয়খনত এনেদৰে শিক্ষাগ্ৰহণ কৰি আহিছে শিক্ষাৰ্থীয়ে ৷ ১৯৪৬ চনতে স্থাপিত হোৱা দাইছাজান চাহ বাগিছা প্ৰাথমিক বিদ্যালয়খনত পাঁচটাকৈ শ্ৰেণীৰ মুঠ ২২৭ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত অধিকাংক্ষই মাটিত বস্তা পাৰি গ্ৰহণ কৰে পাঠদান কাৰ্যসূচীৰ । ইফালে বিদ্যালয়খনৰ পাঁচটাকৈ শ্ৰেণীত ২২৭ জন ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে আছে কেৱল তিনি গৰাকী শিক্ষক । বহুবাৰ বাগিছা কৰ্তৃপক্ষৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বিষয়টোৰ সম্পৰ্কে অৱগত কৰোৱাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষকসকলৰ লগতে আদিবাসী ছাত্ৰ সন্থাই ।

Intro:Date: 15-06-2019

Sluge: মাটিত বস্তা পাৰি পাঠগ্ৰহণ কৰা ডুমডুমাৰ এখন বিদ্যালয় ।

V/O: তিনিচুকীয়া জিলাৰ হাপজান শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খনত নাই প্ৰৰ্যাপ্ত শ্ৰেণী কোঠা, নাই ডেস্ক-বেঞ্চ ৷ একেটা কোঠাতে দুটাকৈ শ্ৰেণীৰ মাটিত বস্তা পাৰি বহি পাঠ গ্ৰহণ কৰিব লাগে ছাত্ৰ-ছাত্ৰীয়ে ৷

পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিনত চাহ বাগিছা অঞ্চলত বিশেষকৈ শিক্ষা ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন ঘটাৰ বিপৰীতে দিনক দিনে সমস্যাহে বৃদ্ধি পাবলৈ ধৰিছে । বিয়াগোম শিক্ষা বিভাগ আৰু চাহ বাগিছা কতৃপক্ষৰ চৰম হেমাহিৰ বাবে তালাপৰ দাইচাজান প্ৰাথমিক বিদ্যালয়খনত একেটা কোঠাতে দুটাকৈ শ্ৰেণীৰ মাটিত বস্তা পাৰি বহি পাঠ গ্ৰহণ কৰিব লাগে ছাত্ৰ-ছাত্ৰীয়ে ৷ ১৯৪৬ চনতে স্থাপিত হোৱা দাইছাজান চাহ বাগিছা প্ৰাথমিক বিদ্যালয়খনত পাঁচটাকৈ শ্ৰেণীৰ মুঠ ২২৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অধিকাংক্ষই মাটিত বস্তা পাৰি পাঠগ্ৰহণ কৰিব লাগে । অন্যহাতে বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে বেঞ্চৰ অভাৱত ঠিয়হৈ অধ্যয়ন কৰিবলগীয়া হোৱা ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ নগ্ন স্বৰূপ । ইফালে বিদ্যালয়খনৰ পাঁচটাকৈ শ্ৰেণীত ২২৭ জন ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে আছে কেৱল তিনি গৰাকী শিক্ষক । বহুবাৰ বাগিছা কতৃপক্ষৰ লগতে বিভাগীয় কতৃপক্ষক বিষয়টোৰ সম্পৰ্কে অৱগত কৰোৱাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে শিক্ষকসকলৰ লগতে আধিবাসী ছাত্ৰ সন্থাই ।

Byte: ছাত্ৰ-ছাত্ৰী ।
Byte: শিক্ষক ।
Byte: আছা নেতা ।Body:Date: 15-06-2019

Byte: আছা নেতা ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.