ETV Bharat / state

Elephant attack in Tinsukia: ডিগবৈত বন্যহস্তীৰ আক্ৰমণত এজন নিহত - one person killed by elephant attack in Tinsukia

ডিগবৈত বন্যহস্তীৰ আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু (One person killed by elephant attack) ৷ নিহত হোৱা ব্যক্তিগৰাকী শ্ৰীকৃষ্ণ চাহ বাগিচাৰ উভতাজানৰ সমীৰ ওৰাং উৰফে খুইটো (৩০) বুলি জানিব পৰা গৈছে ৷

one-person-died-in-elephant-attack-in-tinsukia
বন্যহস্তীৰ আক্ৰমণত এজন নিহত
author img

By

Published : Mar 22, 2022, 3:32 PM IST

তিনিচুকীয়া, 22 মাৰ্চ: হস্তী-মানৱৰ সংঘাত (Man elephant conflict) নতুন কথা নহয় ৷ মঙলবাৰে পুৱা প্ৰায় 5 বজাত ডিগবৈত এগৰাকী লোকক বন্যহস্তীয়ে আক্ৰমণ কৰাৰ ফলত মৃত্যুমুখত পৰে (One person killed by elephant attack) ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত নাজিৰাটিঙত সংঘটিত হৈছে এই ঘটনা ৷

বন্যহস্তীৰ আক্ৰমণত এজন নিহত

বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা ব্যক্তিগৰাকী শ্ৰীকৃষ্ণ চাহ বাগিচাৰ উভতাজানৰ সমীৰ ওৰাং উৰফে খুইটো (৩০) বুলি জানিব পৰা গৈছে ৷ উক্ত ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী তথা বন বিভাৰ লোক ৷ আৰক্ষীৰ দলটোৱে মৃতদেহটো উদ্ধাৰ কৰে ৷

এই ঘটনাৰ পিছতে সমগ্ৰ এলেকাজুৰি ক্ষোভৰ উদগীৰণ ঘটিছে ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, প্ৰায়ে অঞ্চলটোত সংঘটিত হয় এনে ঘটনা ৷ যাৰ খবৰ বাৰে বাৰে বন বিভাগক দিয়াৰ পিছতো কোনো সুফল লাভ নকৰিলে ৰাইজে ৷

লগতে চাওক: Caught On Camera : ময়ূৰভঞ্জত যাত্ৰীবাহী বাছত হাতীৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.