ETV Bharat / state

মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ কেৰেপ নকৰে বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে

author img

By

Published : May 7, 2019, 10:47 PM IST

যোৱা 5 মে’ত স্থানীয় বিধায়ক বলিন চেতিয়া আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ কাকপথাৰৰ ডিৰাক চোমনি বান্ধ পৰিদৰ্শন কৰিছিল ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ পৰিদৰ্শনস্থলীতে মন্ত্ৰীগৰাকীয়ে কালিৰে পৰা অৰ্থাৎ 6 মে’ৰ পৰা মথাউৰিটোৰ গৰাখহনীয়া ৰোধৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷

মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ কেৰেপ নকৰে বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে

শদিয়া, 7 মে’ : ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই দিয়া নিৰ্দেশক কেৰেপ নকৰে বিভাগটোৰ বিষয়া তথা কৰ্মচাৰীয়ে ৷ যোৱা 5 মে’ত স্থানীয় বিধায়ক বলিন চেতিয়া আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ কাকপথাৰৰ ডিৰাক চোমনি বান্ধ পৰিদৰ্শন কৰিছিল ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ পৰিদৰ্শনস্থলীতে মন্ত্ৰীগৰাকীয়ে কালিৰে পৰা অথাৎ 6 মে’ৰ পৰা মথাউৰিটোৰ গৰাখহনীয়া ৰোধৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তেখেত উপস্থিত হৈ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া বুলি সাংবাদিকৰ আগত জানিবলৈ দিছিল মন্ত্ৰী গৰাকীয়ে ৷ কিন্তু আজি কাম আৰম্ভ কৰাৰ সময়সীমা তিনিদিন উকলি গল যদিও কামৰ কোনো ধৰণৰ উম-ঘাম নোহোৱা কাৰ্যই আচৰিত কৰি তুলিছে স্থানীয় ৰাইজ তথা দল সংগঠন সমুহক ৷ মথাউৰিটোৰ গাতে বিভাগটোৰ এটা কাৰ্যালয় আছে যদিও কাৰ্যালয়টোত তলা ওলমি থকা প্ৰত্যক্ষ কৰে সাংবাদিকৰ দলে ৷ কাৰ্যালয়টোৰ কৰ্মচাৰীৰ বিষয়ে জানিব বিচৰাত স্থানীয় ৰাইজে আজি পুৱাই এবাৰ কাৰ্যালয়টো খুলিছিল যদিও কামৰ কোনো কথা শুনা নাই বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ ডেডলাইন গড়কাপ্তনী বিভাগে নমনাৰ দৰে জলসম্পদ মন্ত্ৰীৰ কথাকো কেৰেপ নকৰে নেকি বিভাগটোৰ কতৃপক্ষই, সেইয়া আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন ৷

আৰু পঢ়ক: মৰিগাঁৱত পবিত্ৰ ৰমজানৰ এমহীয়া ব্ৰত পালন আৰম্ভ

মন্ত্ৰী গৰাকীয়ে দিয়া নিৰ্দেশ অনুসৰি মথাউৰিটোৰ নিৰ্মাণৰ কাম খৰটকীয়াকৈ হব বুলি সকলোৱে আশা কৰিছিল যদিও, বিভাগটোৰ এনে কৰ্মকাণ্ডই সচকিত কৰি তুলিছে কাকপথাৰবাসীক ৷ মন্ত্ৰীৰ কথা কেৰেপ নকৰা এনে ধৰণৰ বিষয়া ওপৰত চৰকাৰে বিহিত ব্যৱস্থা লবনে, সেইয়া লক্ষ্যণীয় হ'ব ৷ উল্লেখ্য যে বিভাগটোৰ কাৰ্যালয়ত নাম মাত্ৰ কেইটামান জিঅ'বেগ আনিয়েই দায়িত্ব সামৰিছে বুলি জানিব পৰা গৈছে ৷

Intro:মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ কেৰেপ নকৰে বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে

শদিয়া : ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই দিয়া নিৰ্দেশক কেৰেপ নকৰে বিভাগটোৰ বিষয়া তথা কৰ্মচাৰীয়ে ৷ যোৱা ৫মেত স্থানীয় বিধায়ক বলিন চেতিয়া আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ কাকপথাৰৰ ডিৰাক চোমনি বান্ধ পৰিদৰ্শন কৰিছিল ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ পৰিদৰ্শনস্থলীতে মন্ত্ৰীগৰাকীয়ে কালিৰে পৰা অথাৎ ৬মেৰ পৰা মথাউৰিটোৰ গৰাখহনীয়া ৰোধৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷ অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে তেখেত উপস্থিত হৈ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া বুলি সাংবাদিকৰ আগত জানিবলৈ দিছিল মন্ত্ৰী গৰাকীয়ে ৷ কিন্টু আজি কাম আৰম্ভ কৰাৰ সময়সীমা তিনিদিন উকলি গল যদিও কামৰ কোনো ধৰণৰ উম-ঘাম নোহোৱা কাৰ্যই আচৰিত কৰি তুলিছে স্থানীয় ৰাইজ তথা দল সংগঠন সমুহক ৷ মথাউৰিটোৰ গাতে বিভাগটোৰ এটা কাৰ্যালয় আছে যদিও কাৰ্যালয়টোত তলা ওলমি থকা প্ৰত্যক্ষ কৰে সাংবাদিকৰ দলে ৷ কাৰ্যালয়টোৰ কৰ্মচাৰীৰ বিষয়ে জানিব বিচৰাত স্থানীয় ৰাইজে আজি পুৱাই এবাৰ কাৰ্যালয়টো খুলিছিল যদিও কামৰ কোনো কথা শুনা নাই বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ ডেডলাইন গড়কাপ্তনী বিভাগে নমনাৰ দৰে জলসম্পদ মন্ত্ৰীৰ কথাকো কেৰেপ নকৰে নেকি বিভাগটোৰ কতৃপক্ষই, সেইয়া আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন ৷ মন্ত্ৰী গৰাকীয়ে দিয়া নিৰ্দেশ অনুসৰি মথাউৰিটোৰ নিৰ্মাণৰ কাম খৰটকীয়াকৈ হব বুলি সকলোৱে আশা কৰিছিল যদিও, বিভাগটোৰ এনে কৰ্মকাণ্ডই সচকিত কৰি তুলিছে কাকপথাৰবাসীক ৷ মন্ত্ৰীৰ কথা কেৰেপ নকৰা এনে ধৰণৰ বিষয়া ওপৰত চৰকাৰে বিহিত ব্যৱস্থা লবনে, সেইয়া লক্ষ্যণীয় হ'ব ৷ উল্লেখ্য যে বিভাগটোৰ কাৰ্যালয়ত নাম মাত্ৰ কেইটামান জিঅ' বেগ আনিয়েই দায়িত্ব সামৰিছে বুলি জানিব পৰা গৈছে ৷Body:Byte : 1/ Public
2/ Student LeaderConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.