ETV Bharat / state

পাঁচটাকৈ সন্তানৰ পিতৃৰ কামনাৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী - নৱম শ্ৰেণী

যি সময়ত শিশুক যৌন শোষণৰ পৰা ৰক্ষা কৰিবলৈ কঠোৰৰ পৰা কঠোৰতম আইন প্ৰণয়ন কৰা হৈছে, তেনে সময়ত আইনৰ ৰক্ষক জনেই শিশুক যৌন অত্যাচাৰ কৰা অপৰাধীৰ পক্ষত থিয় হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে ।

পাঁচটাকৈ সন্তানৰ পিতৃৰ কামনাৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী
author img

By

Published : Jun 16, 2019, 5:05 AM IST

Updated : Jun 16, 2019, 7:00 AM IST

তিনিচুকিয়া, 16 জুনঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী বিজুলীবনত ১৩ জুনৰ দিনা নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৪ বছৰীয়া ছাত্ৰীক বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহোতে নতুন মাইথংত পূৰ্বৰে পৰা খাপ পিটি থকা পাঁচটাকৈ সন্তানৰ পিতৃ লালন চাহু নামৰ এটা ৪০ বছৰীয়া লম্পটে ছাত্ৰী গৰাকীক যৌন আতিশায্য চলায় ।

উল্লেখ্য যে, উক্ত দিনা প্ৰচণ্ড বতাহ ধুমুহাৰ বাবে ৰাস্তাত মানুহ নথকাৰ সুযোগ লৈ অভিযুক্তই যুৱতী গৰাকীৰ শ্লীলতা হানি কৰে । ছাত্ৰীগৰাকীয়ে পিচত কৌশলৰে পলায়ন কৰিবলৈ সক্ষম হয় ৷ পিচত ১৪ জুনৰ দিনা এই সংক্ৰান্তত ভুক্তভোগীৰ পৰিয়ালে পেঙেৰী আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ অৱশ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা পৰিৱৰ্তে ভূক্তভোগীৰ পৰিয়ালক গোচৰটো বুজা-বুজি কৰি উঠাই লবলৈহে হেঁচা প্ৰয়োগ কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে । আনকি অভিযুক্তইহে ভুক্তভোগীৰ পৰিয়ালৰ লোকসকলক গোচৰ দিয়া বুলি আৰক্ষীয়ে পৰিয়ালক জানিবলৈ দিয়ে ।

পাঁচটাকৈ সন্তানৰ পিতৃৰ কামনাৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী

তাৎপৰ্যপূৰ্ণ ভাবে, এই সমস্ত বিষয় পোহৰলৈ অহাত সাংবাদিক, ছাত্ৰ সংগঠন আৰু স্থানীয় ৰাইজৰ হেঁচাত অভিযুক্ত লালন চাহুৰ বিৰুদ্ধে শিশুক যৌন নিৰ্যাতন চলোৱা তথা শ্লীলতা হানি কৰা আদিৰ অভিযোগত আৰক্ষীয়ে গোচৰ ৰুজু কৰে । এনে স্পৰ্শকাতৰ বিষয়কলৈ সাম্প্ৰদায়িক মন্তব্য দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গোর্খা ছাত্ৰ সন্থাই । ছাত্ৰ সংগঠনটোৱে এই সংক্ৰান্তত মনোজ চাহু নামৰ এজন যুৱকৰ বিৰুদ্ধে পেঙেৰী থানাত অভিযোগ দাখিল কৰিছে । উল্লেখযোগ্য যে, কিশোৰী ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গ্ৰহণ কৰা ভূমিকাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Intro:Date: 15-06-2019

Sluge: পাঁচটাকৈ সন্তানৰ পিতৃৰ কামনাৰ বলি নৱম শ্ৰেণীৰ ছাত্ৰী

V/O: যি সময়ত শিশুক যৌন শোষণৰ পৰা ৰক্ষা কৰিবলৈ কঠোৰৰ পৰা কঠোৰতম আইন প্ৰণয়ন কৰা হৈছে, তেনে সময়ত আইনৰ ৰক্ষকজনেই শিশুক যৌন অত্যাচাৰ কৰা অপৰাধীৰ পক্ষত থিয় হোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে । তিনিচুকীয়া জিলাৰ ফিল'বাৰী বিজুলীবনত ১৩ জুনৰ দিনাখন নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ১৪ বছৰীয়া ছাত্ৰী বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহোতে নতুন মাইথংত পূৰ্বৰে পৰা খাপ পিটি থকা পাঁচটাকৈ সন্তানৰ পিতৃ লালন চাহু নামৰ এটা ৪০ বছৰীয়া লম্পটে ছাত্রী গৰাকীক যৌন অতিশায্য চলাই । তাৰোপৰি উক্ত দিনাখন ব'লা প্ৰচণ্ড ধুমুহাৰ বাবে ৰাস্তাত মানুহ দুনুহ নথকাৰ সুযোগ লৈ অভিযুক্তই যুৱতী গৰাকীৰ শ্লীলতা হানি কৰে । ছাত্ৰীগৰাকীয়ে আসন্ন বিপদৰ গোন্ধ পাই কৌশলৰে পলায়ন কৰি কৰিবলৈ সক্ষম হয় । তাৰপিছত কালি ১৪ জুনৰ দিনা এই সংক্ৰান্তত ভূক্ত ভোগীৰ পৰিয়ালে পেঙেৰী আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে যদিও অভিযোগমতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা পৰিৱৰ্তে ভূক্তভোগীৰ পৰিয়ালক গোচৰটো বুজা- বুজি কৰি উঠাই লবলৈহে হেঁচা প্ৰয়োগ কৰে । আনকি অভিযুক্তইহে ভুক্তভোগীৰ পৰিয়ালৰ লোকসকলক গোচৰ দিয়া বুলি আৰক্ষীয়ে পৰিয়ালক জানিবলৈ দিয়ে । তাৎপৰ্যপূৰ্ণ ভাবে, আজি এই সমস্ত বিষয় পোহৰলৈ অহাত সাংবাদিক, ছাত্ৰ সংগঠন আৰু স্থানীয় ৰাইজৰ হেঁচাত অভিযুক্ত লালন চাহুৰ বিৰুদ্ধে শিশুক যৌন নিৰ্যাতন চলোৱা তথা শ্লীলতা হানি আদিৰ অভিযোগত আৰক্ষীয়ে গোচৰ ৰুজু কৰে । এনে স্পৰ্শ কাতৰ বিষয়কলৈ সাম্প্ৰদায়িক মন্তব্য দিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গোর্খা ছাত্ৰ সন্থাই । ছাত্ৰ সংগঠনটোৱে এই সংক্ৰান্তত মনোজ চাহু নামৰ এজন যুৱকৰ বিৰুদ্ধে পেঙেৰী থানাত অভিযোগ দাখিল কৰিছে । উল্লেখযোগ্য যে, কিশোৰী ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গ্ৰহণ কৰা ভূমিকাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

(লালন চাহুৰ ফটো দিয়া হৈছে)

Byte: ছাত্ৰীগৰাকী
Byte: স্থানীয় মহিলা
Byte: ছাত্ৰ সন্থাৰ নেতাBody:Date: 15-06-2019

Byte: ছাত্ৰ সন্থাৰ নেতাConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
Last Updated : Jun 16, 2019, 7:00 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.