ETV Bharat / state

কাকপথাৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ - forest department

তিনিচুকীয়াৰ কাকপথাৰৰ লাজুম গাঁৱত উদ্ধাৰ কৰা হৈছে এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ ৷ কাকপথাৰৰ অগ্ৰণী সামাজিক অনুষ্ঠান অভিৰুচী ক্লাৱৰ সদস্যসকলে উদ্ধাৰ কৰে দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ৷ দুষ্প্ৰাপ্য লাজুকী বান্দৰটো কাকপথাৰৰ বন কাৰ্যালয় অন্তৰ্গত কোনো বনাঞ্চলত মেলাৰ কথা জানিবলৈ দিয়ে বন বিভাগে ৷

কাকপথাৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ
author img

By

Published : Jun 19, 2019, 3:08 PM IST

শদিয়া,19জুনঃ

  • তিনিচুকীয়াৰ কাকপথাৰৰ লাজুম গাঁৱত এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ
  • কাকপথাৰৰ সামাজিক অনুষ্ঠান অভিৰুচী ক্লাৱৰ সদস্যসকলে উদ্ধাৰ কৰে দুষ্প্ৰাপ্য লাজুকী বান্দৰটো
  • বুধবাৰে সদস্যসকলে বন বিভাগৰ লোকক লাজুকী বান্দৰটো চমজাই দিয়ে
  • বন বিভাগে কাকপথাৰৰ বন কাৰ্যালয় অন্তৰ্গত বনাঞ্চলত দুষ্প্ৰাপ্য বান্দৰটো মেলি দিয়াৰ কথা জানিবলৈ দিয়ে

Intro:কাকপথাৰৰ লাজুমত এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

শদিয়া : : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ লাজুম গাঁৱত এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰা হৈছে ৷ কাকপথাৰৰ অগ্ৰণী সামাজিক অনুষ্ঠান অভিৰুচী ক্লাৱৰ সদস্য সকলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ৷ বান্দৰটো কালি ক্লাবটোৰ কৃষি সম্পাদক নিপনজ্যোতি সন্দিকৈৰ ঘৰৰ পিছফালে লক্ষ্য কৰি ওচৰ চুবুৰিয়াক খবৰ দিয়ে ৷ কোনো কোনো লোকে বান্দৰটো হত্যা কৰি মাংস ভক্ষন কৰিবলৈ চেষ্টা কৰে যদিও অভিৰুচী ক্লাবৰ সদস্য সকলৰ তৎপৰতাত বান্দৰটো সুৰক্ষা দি সযতনে ৰাখি থয় ৷ আজি পুৱাই ক্লাবৰ সদস্যসকলে বন বিভাগৰ লোকক লাজুকি বান্দৰটো চমজাই দিয়ে ৷ বন বিভাগৰলোকে জানিবলৈ দিয়া মতে দুষ্প্ৰাপ্য লাজুকি বান্দৰটো কাকপথাৰৰ বন কাৰ্যালয় অন্তৰ্গত কোনো বনাঞ্চলত মেলাৰ কথা জানিবলৈ দিয়ে ৷ লগতে এনেধৰণৰ দুষ্প্ৰাপ্যৰ উপৰিও যিকোনো জীৱ জন্তুক হত্যা নকৰি বন বিভাগৰ যোগেদিয়েই হওক নতুবা নিজে হলেও বনাঞ্চলত মেলি দিবলৈ আহ্বান জনায় বন বিভাগৰ লোকে ৷ অভিৰুচী ক্লাবৰ এনে আদৰণীয় কৰ্মক শলাগিছে কাকপথাৰবাসীয়ে ৷Body:Byte : 1/ Forest Officer
2/ Member, Obhiruchi clubConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.