ETV Bharat / state

ডুমডুমাৰ ৰাইডাঙত সঞ্জয় কিষাণৰ চাডেন ভিজিট - সঞ্জয় কিষাণ

বুধবাৰে ডুমডুমাৰ ৰাইডাং চাহ বাগিচাৰ এখন প্ৰাথমিক বিদ্যালয় আৰু বাগিচাখনৰ প্ৰাথমিক চিকিৎসালয়ত চাডেন ভিজিট শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ ৷ ভ্ৰমণ কালত বিদ্যালয় আৰু চিকিৎসালয়ত নোপোৱা যাৱতীয় প্ৰয়োজনীয়তাখিনি শীঘ্ৰে পূৰণ কৰিবলৈ বাগিচাৰ পৰিচালকক নিৰ্দেশ সঞ্জয় কিষাণৰ ৷

ডুমডুমা
ডুমডুমাৰ ৰাইডাং চাহ বাগিচাত চাডেন ভিজিট
author img

By

Published : Feb 20, 2020, 5:19 AM IST

Updated : Feb 20, 2020, 11:57 AM IST

ডুমডুমা, 19 ফেব্ৰুৱৰীঃ ডুমডুমাৰ চাহ বাগিচাৰ বিদ্যালয় আৰু চিকিৎসালয়ত হঠাতে উপস্থিত হয় শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ ৷ বুধবাৰে ডুমডুমাৰ ৰাইডাং চাহ বাগিচাৰ এখন প্ৰাথমিক বিদ্যালয় আৰু বাগিচাখনৰ প্ৰাথমিক চিকিৎসালয়ত চাডেন ভিজিট কৰে মন্ত্ৰীগৰাকীয়ে। ভ্ৰমণ কালত ৰাইডাং প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অনুপাতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বহু অধিক আৰু বিদ্যালয় খনৰ আন্তঃগাঠনি সন্তোষজনক নোপোৱাত বিদ্যালয়খনৰ যাৱতীয় প্ৰয়োজনীয়তাখিনি শীঘ্ৰে পূৰণ কৰিবলৈ বাগিচাৰ পৰিচালকক নিৰ্দেশ দিয়াৰ লগতে বাগিচাখনৰ প্ৰাথমিক চিকিৎসালয়খনত খালি হৈ থকা চিকিৎসক আৰু নাৰ্চ নিযুক্ত কৰি চৰকাৰি আঁচনি সমূহ বাগিচাৰ গৰ্ভৱতী মহিলা সকলে যাতে লাভ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাগিচা পৰিচালকক নিৰ্দেশ প্ৰদান কৰে ।

আৰু পঢ়কঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যালয়ত মেধা পাটেকাৰৰ সংবাদমেল

Last Updated : Feb 20, 2020, 11:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.