ডুমডুমা, 15 চেপ্তেম্বৰ: দেওবাৰে ডুমডুমা চহৰত এক বিশেষ ৰূপত দেখা গ'ল লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাক ৷ বোকা-পানী গচকি হাতত বেলচা লৈ ডুমডুমা চহৰত সাংসদ পুজিৰ পৰা ৫০ লাখ টকা ব্যয় সাপেক্ষে মেৰামতি হৈ থকা বহুকেইটা পথ-উপপথ পুনৰ মেৰামতিৰ কাৰ্যত হাতে-কামে লাগিল সাংসদজন ৷ উল্লেখযোগ্য যে, অতি বেয়া অৱস্থালৈ গতি কৰা ডুমডুমা চহৰৰ পথ মেৰামতিৰ কাৰ্যত সাংসদগৰাকীয়ে হাতে-কামে লগা কাৰ্যত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে সাংসদ প্ৰদান বৰুৱাৰ এই পথ মেৰামতি কাৰ্যসূচীত উপস্থিত থাকি সাংসদগৰাকীক সহায় আগবঢ়াই ডুমডুমা নগৰ সমিতিৰ কৰ্মকৰ্তাৰ লগতে বিজেপি দলৰ বহুসংখ্যক নেতা-কৰ্মীয়ে ৷
হাতত বেলচা লৈ ডুমডুমাত প্ৰদান বৰুৱা - প্ৰদান বৰুৱা
বোকা-পানী গচকি এক অনন্য ৰূপত ৰাইজৰ মাজত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ৷
ডুমডুমা, 15 চেপ্তেম্বৰ: দেওবাৰে ডুমডুমা চহৰত এক বিশেষ ৰূপত দেখা গ'ল লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাক ৷ বোকা-পানী গচকি হাতত বেলচা লৈ ডুমডুমা চহৰত সাংসদ পুজিৰ পৰা ৫০ লাখ টকা ব্যয় সাপেক্ষে মেৰামতি হৈ থকা বহুকেইটা পথ-উপপথ পুনৰ মেৰামতিৰ কাৰ্যত হাতে-কামে লাগিল সাংসদজন ৷ উল্লেখযোগ্য যে, অতি বেয়া অৱস্থালৈ গতি কৰা ডুমডুমা চহৰৰ পথ মেৰামতিৰ কাৰ্যত সাংসদগৰাকীয়ে হাতে-কামে লগা কাৰ্যত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে সাংসদ প্ৰদান বৰুৱাৰ এই পথ মেৰামতি কাৰ্যসূচীত উপস্থিত থাকি সাংসদগৰাকীক সহায় আগবঢ়াই ডুমডুমা নগৰ সমিতিৰ কৰ্মকৰ্তাৰ লগতে বিজেপি দলৰ বহুসংখ্যক নেতা-কৰ্মীয়ে ৷
Slug: বোকা-পানী গচকি হাতত বেলচা লৈ ডুমডুমাত সাংসদ প্ৰদান বৰুৱা ।
V/O: ১৪ নং লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা চহৰখনৰ বহুকেইটা উপ-পথৰ মেৰামতিৰ কাম হাতত ল'য় । সাংসদগৰাকীয়ে ডুমডুমা চহৰখনৰ বহুকেইটা বোকা-পানীৰে পৰিপূৰ্ণ হৈ থকা পথত নিজে হাতত বেলচা লৈ পথসমূহত শিল-বালি দি মেৰামতি কৰে । সাংসদ পুজিৰ পৰা ৫০ লাখ টকা ব্যয় সাপেক্ষে ডুমডুমা চহৰখনত বহুকেইটা উপ-পথৰ কাম আৰম্ভ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে সাংসদগৰাকীয়ে । পথসমূহ পুণ নিৰ্মাণ তথা মেৰামতি কৰা এই কাৰ্যসুচীত ডুমডুমা নগৰ সমিতিৰ কৰ্মকৰ্তাৰ লগতে বিজেপি দলটোৰ বহুসংখক নেতা-কৰ্মী উপস্থিত থাকে ।
Byte: সাংসদ প্ৰদান বৰুৱা ।
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 15-09-2019
Slug: বোকা-পানী গচকি হাতত বেলচা লৈ ডুমডুমাত সাংসদ প্ৰদান বৰুৱা ।
V/O: ১৪ নং লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি লোকসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমা চহৰখনৰ বহুকেইটা উপ-পথৰ মেৰামতিৰ কাম হাতত ল'য় । সাংসদগৰাকীয়ে ডুমডুমা চহৰখনৰ বহুকেইটা বোকা-পানীৰে পৰিপূৰ্ণ হৈ থকা পথত নিজে হাতত বেলচা লৈ পথসমূহত শিল-বালি দি মেৰামতি কৰে । সাংসদ পুজিৰ পৰা ৫০ লাখ টকা ব্যয় সাপেক্ষে ডুমডুমা চহৰখনত বহুকেইটা উপ-পথৰ কাম আৰম্ভ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে সাংসদগৰাকীয়ে । পথসমূহ পুণ নিৰ্মাণ তথা মেৰামতি কৰা এই কাৰ্যসুচীত ডুমডুমা নগৰ সমিতিৰ কৰ্মকৰ্তাৰ লগতে বিজেপি দলটোৰ বহুসংখক নেতা-কৰ্মী উপস্থিত থাকে ।
Byte: সাংসদ প্ৰদান বৰুৱা ।
#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।