ETV Bharat / state

তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

author img

By

Published : Jan 20, 2021, 10:44 PM IST

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এক বিশাল জোঁৰ সমদল উলিওৱা হয় ৷ নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিল কৰা আৰু অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কৰাৰ দাবীত জোঁৰ সমদল উলিয়াই সংগঠনটোৱে ।

massive-protest-in-tinsukiya
তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

তিনিচুকীয়া, 20 জানুৱাৰী : বুধবাৰে সন্ধিয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এক বিশাল জোঁৰ সমদল উলিওৱা হয় ৷ নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিল কৰা আৰু অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰ দাবীত জোঁৰ সমদল উলিয়াই সংগঠনটোৱে ।

উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়াৰ চিৰাপতিস্থিত মুখ্য কাৰ্যালয়ৰ পৰা থানা চাৰিআলিলৈ প্ৰতিবাদকাৰীসকলে যাব বিচৰাত প্ৰতিবাদকাৰীক প্ৰশাসনে বাধা প্ৰদান কৰে ৷

লগতে পঢ়ক : অপহৃত অইল কৰ্মচাৰীৰ সোণোৱাল, নিতিশ কুমাৰলৈ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.