তিনিচুকীয়া,10 নৱেম্বৰ: তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ চহৰখনৰ মাজমজিয়াৰ এছবিআই পথত থকা মেচাৰ্চ শ্যাম মেডিক’জ নামৰ এটা অট্টালিকাৰ পৰা জুইৰ সূত্ৰপাত ঘটি অগ্নিকাণ্ডটো ঘটে ৷ এই পৰ্যন্ত অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ স্থানীয় লোকৰ খবৰৰ ভিত্তিত ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ৷ সম্প্ৰতি অব্যাহত আছে অগ্নি নিৰ্বাপনৰ চেষ্টা ৷
লগতে চাওকঃ খাৰুপেটীয়াত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল এটি ৪ বছৰীয়া শিশুৰ