ETV Bharat / state

মাৰ্ঘেৰিটাত মহিলা নিৰুদ্দেশ - মাৰ্ঘেৰিটাত নিৰুদ্দেশ মহিলা

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত চাংলাং তিনিআলিৰ পৰা সোমবাৰে এগৰাকী ৬৬ বছৰীয়া বৃদ্ধা নিৰুদ্দেশ হয় ৷ বৃদ্ধা গৰাকীক কোনো লোকে দেখা পালে ওচৰৰ থানা নাইবা ৬০০১৬৯৬৪৯৭ নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ।

A_MRG_women-missing
মাৰ্ঘেৰিটাত নিৰুদ্দেশ মহিলা
author img

By

Published : Feb 23, 2021, 2:05 PM IST

মাৰ্ঘেৰিটা,23 ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত চাংলাং তিনিআলিৰ পৰা সোমবাৰে এগৰাকী ৬৬ বছৰীয়া বৃদ্ধা নিৰুদ্দেশ হয় ৷ মহিলাগৰাকীৰ নিৰুদ্দেশৰ ঘটনাক লৈ পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ সোমবাৰে দিনৰ এঘাৰমান বজাত ঘৰৰ পৰা ওলাই যোৱা বৃদ্ধা গৰাকী সন্ধিয়ালৈকে ঘৰলৈ নহাত বিচাৰ-খোচাৰ আৰম্ভ কৰে পৰিয়ালৰ লোকে ৷ অৱশেষত মহিলাগৰাকীৰ কোনো খবৰ লাভ নকৰাত মাৰ্ঘেৰিটা থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে ।

উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ প্ৰাক্তন কৰ্মচাৰী চামবি সোনাৰ নামৰ বৃদ্ধা গৰাকীক কোনো লোকে দেখা পালে ওচৰৰ থানা নাইবা ৬০০১৬৯৬৪৯৭ নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক-মাঞ্জাত পথ দুৰ্ঘটনাত আহত যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.