ETV Bharat / state

জাগুনত দুৰ্ধৰ্ষ এনএছচিএন কেডাৰ আটক - ARMY ARRESTED LDCML CADRE

এজন এনএছচিএন কেডাৰ আটক কৰিলে ভাৰতীয় সেনাৰ জাগুনস্থিত ১৪ ৰাজপুত ৰেজিমেণ্টে । নামফাই সংৰক্ষিত বনাঞ্চলৰ পৰা আটক কৰে দুৰ্ধৰ্ষ কেডাৰজনক । ধৃত কেডাৰজনৰ নাম লক্ষীকান্ত কুম্বাং । কেডাৰজনৰ পৰা গুলীসহ এটা 7.65 এম এম পিষ্টল জব্দ কৰে সেনাই ।

LDCML CADRE ARRESTED IN JAGUN
জাগুনত এজন LDCML কেডাৰ আটক কৰিলে ভাৰতীয় সেনাই
author img

By

Published : May 15, 2021, 10:51 AM IST

তিনিচুকীয়া,১৫ মে': ভাৰতীয় সেনাৰ জাগুনস্থিত ১৪ ৰাজপুত ৰেজিমেণ্টৰ সাফল্য । সেনাৰ অভিযানত আটক দুৰ্ধৰ্ষ এনএছচিএন কেডাৰ লক্ষীকান্ত কুম্বাং । জাগুনৰ নামফাই বনাঞ্চলৰ পৰা দুৰ্ধৰ্ষ কেডাৰজনক আটক কৰে । ধৃত কেডাৰজনৰ পৰা সেনাবাহিনীয়ে জাৰ্মানীত নিৰ্মিত এটা 7.65 এম এম পিষ্টলৰ সৈতে কেইবাজাঁই গুলী জব্দ কৰে । ধৃত লক্ষীকান্ত কুম্বাং জাগুনৰ কাংকান গাঁৱৰ বাসিন্দা উমাকান্ত কুম্বাঙৰ পুত্ৰ । ২০২০ চনত লক্ষীকান্তই এনএছচিএন(আৰ)ত যোগদান কৰিছিল ।

LDCML CADRE ARRESTED IN JAGUN
জাগুনত দুৰ্ধৰ্ষ এনএছচিএন কেডাৰ আটক

পৰৱৰ্তী সময়ত নতুনকৈ গঠন হোৱা লিবাৰেল ডেমক্ৰেটিক কাউঞ্চিল অৱ মিচিং লেণ্ড চমুকৈ LDCML নামৰ উগ্ৰপন্থী সংগঠনটোত যোগদান কৰিছিল । সেনাবাহিনীয়ে কেডাৰজনক আটক কৰি লেখাপানী আৰক্ষী থানাত চমজাই দিছে ।

LDCML CADRE ARRESTED IN JAGUN
জাগুনত দুৰ্ধৰ্ষ এনএছচিএন কেডাৰ আটক

লগতে পঢ়ক: ২৪ ঘণ্টাত মৰিগাঁৱত ১৯৭ জন কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.