ETV Bharat / state

তিনিচুকীয়াৰ ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন 'কুঁহি'

তিনিচুকীয়া জিলাৰ চলিহা নগৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় গ্ৰন্থ মেলা বাকৰিত উন্মোচন কৰা হয় তিনিমহীয়া কাব্য আলোচনী 'কুঁহি'ৰ দশম বছৰৰ অষ্টাদশ সংখ্যা' ৷

author img

By

Published : Nov 30, 2019, 12:14 PM IST

Kuhi Inauguration at book fair
তিনিচুকীয়াৰ ৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ বাকৰিত উন্নোচন 'কুঁহি'

তিনিচুকীয়া,29 নৱেম্বৰঃ বৃহস্পতিবাৰৰ পৰা তিনিচুকীয়া জিলাৰ চলিহা নগৰ খেলপথাৰত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় গ্ৰন্থ মেলা ৷ গ্ৰন্থ মেলাৰ দ্বিতীয় দিনা অৰ্থাৎ শুক্ৰবাৰে গ্ৰন্থ মেলাৰ বাকৰিত অনুষ্ঠিত হয় কবি সন্মিলন অনুষ্ঠান ৷ য'ত উপস্থিত থাকে সাংবাদিক প্ৰশান্ত খাটোৱাল আৰু মনোৰঞ্জন মৰাণ ৷ এই অনুষ্ঠানত মুনিন দুৱাৰৰ সম্পাদনাত তিনিচুকীয়াৰ পৰা প্ৰকাশিত উজনি অসমৰ জনপ্ৰিয় তিনিমহীয়া কাব্য আলোচনী 'কুঁহি'ৰ দশম বছৰৰ অষ্টাদশ সংখ্যাতো উন্মোচন কৰা হয় ৷ আলোচনীখন উন্মোচন কৰে বিশিষ্ট কবি ডাঃ প্ৰণয় ফুকনে ৷

আনহাতে, অনুষ্ঠানত কুঁহিৰ তৰফৰ পৰা মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী সকলকৰ মাজত অনুষ্ঠিত কৰা হয় এখন কবিতা প্ৰতিযোগিতা ৷ কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ফিল'বাৰী মহাবিদ্যালয়ৰ ছাত্ৰী গৌৰী শইকীয়াক নগদ পাঁচ হেজাৰ টকা, মানপত্ৰ, গামোচা, দ্বিতীয় স্থান লাভ কৰা তিনিচুকীয়া ৱিমেনছ কলেজৰ ছাত্ৰী প্ৰেৰণা গোহাঁইক নগদ তিনি হাজাৰ, মানপত্ৰ, গামোচা আৰু তৃতীয় স্থান লাভ কৰা ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ চুমিত দাসক নগদ দুই হাজাৰ টকা, মানপত্ৰ, গামোচাৰে উৎসাহিত কৰে কুঁহি প্ৰকাশন গোষ্ঠীয়ে ।

অন্য এক খবৰৰ বাবে : অসুৰক্ষিত হায়দৰাবাদ: শ্বামছাবাদত আকৌ উদ্ধাৰ মহিলাৰ গলিত মৃতদেহ

Intro:STORY:- ৰাষ্ট্ৰীয় গ্ৰন্থ মেলাৰ বাকৰিত কাব্যলোচনী কুঁহি উন্মোচন

তিনিচুকীয়া,29 নৱেম্বৰ:- তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় গ্ৰন্থ মেলাই শুকুৰবাৰে দ্বিতীয় দিনত ভৰি দিলে। শুক্ৰবাৰে গ্ৰন্থ মেলাৰ বাকৰিত অনুষ্ঠিত হোৱা কবি সন্মিলনত সাংবাদিক প্ৰশান্ত খাটোৱাল,মনোৰঞ্জন মৰাণ আৰু মুনিন দুৱাৰৰ সম্পাদনাত তিনিচুকীয়াৰ পৰা প্ৰকাশিত উজনি অসমৰ জনপ্ৰিয় তিনিমহীয়া কাব্যলোচনী কুঁহিৰ দশম বছৰৰ অষ্টাদশ সংখ্যাতো উন্মোচন কৰে বিশিষ্ট কবি ডাঃ প্ৰণয় ফুকনে। অনুষ্ঠানত কুঁহিৰ তৰফৰ পৰা মহাবিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰী সকলকৰ মাজত অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাৰ স্থান লাভ কৰা প্ৰথম তিনিগৰাকীক নগদ ধন,গামোচা আৰু মানপত্ৰৰে শুভেচ্ছা জনাই। প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ফিল'বাৰী মহাবিদ্যালয়ৰ ছাত্ৰী গৌৰী শইকীয়াক নগদ পাঁচ হেজাৰ টকা,মানপত্ৰ,গামোচা,দ্বিতীয় স্থান লাভ কৰা তিনিচুকীয়া ৱিমেনছ কলেজৰ ছাত্ৰী প্ৰেৰণা গোহাঁইক নগদ তিনি হাজাৰ,মানপত্ৰ, গামোচা আৰু তৃতীয় স্থান লাভ কৰা ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰ চুমিত দাসক নগদ দুই হাজাৰ টকা,মানপত্ৰ, গামোচাৰে উৎসাহিত কৰে কুঁহি প্ৰকাশন গোষ্ঠীয়ে।

Body:BYET:- অভিজিত মৰাণ, সম্পাদনা বিশেষ প্ৰতিনিধি, কুঁহি

BYET:- প্ৰণয় ফুকন, বিশিষ্ট কবি

Conclusion:তিনিচুকীৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.