ETV Bharat / state

ডিৰাক চুমনি বান্ধ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

দেওবাৰে বিয়লি ছয় বজাত স্থানীয় বিধায়ক বলীন চেতিয়া আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীক লগত লৈ মন্ত্ৰীগৰাকীয়ে মথাউৰিটোৰ গৰাখহনীয়া ৰোধৰ কাম বিজ্ঞানসন্মতভাৱে সোমবাৰৰ পৰা আৰম্ভ কৰিবলৈ বিভাগটোক নিৰ্দেশ দিয়ে ৷

author img

By

Published : May 5, 2019, 11:58 PM IST

ডিৰাক চুমনি বান্ধ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ, সোমবাৰৰ পৰা কাম আৰম্ভ কৰাৰ নিৰ্দেশ বিভাগীয় কতিৰ্পক্ষক

শদিয়া, 2 মে’: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক চোমনি মথাউৰি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ দেওবাৰে বিয়লি ছয় বজাত স্থানীয় বিধায়ক বলীন চেতিয়া আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীক লগত লৈ মন্ত্ৰীগৰাকীয়ে মথাউৰিটোৰ গৰাখহনীয়া ৰোধৰ কাম বিজ্ঞানসন্মতভাৱে সোমবাৰৰ পৰা আৰম্ভ কৰিবলৈ বিভাগটোক নিৰ্দেশ দিয়ে ৷

ডিৰাক চুমনি বান্ধ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ, সোমবাৰৰ পৰা কাম আৰম্ভ কৰাৰ নিৰ্দেশ বিভাগীয় কতিৰ্পক্ষক

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰীগৰাকী উপস্থিত হৈ সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া কামৰ বাবে ইতিমধ্যে যাৱতীয় সামগ্ৰী আহি পাইছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷ বিগত সময়ত মথাউৰিটো নিৰ্মাণৰ বাবে অহা ধন সদ্ব্যৱহাৰ নকৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী কেশৱ মহন্তই উপযুক্ত প্ৰমাণ পালে দোষী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে ৷

উল্লেখ্য যে যোৱা ২ মে’ত ডিৰাক চোমনি পুৰণি মথাউৰিটো চিঙি অঞ্চলটো প্লাবিত হোৱাত প্ৰায় 45 টা পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হৈছিল ৷

Intro:ডিৰাক চুমনি বান্ধ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ, কালিৰে পৰা কাম আৰম্ভ কৰাৰ নিৰ্দেশ বিভাগীয় কতৃপক্ষক

শদিয়া : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক চোমনি মথাউৰি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ আজি বিয়লি ছয় বজাত স্থানীয় বিধায়ক বলিন চেতিয়া আৰু বিভাগীয় বিষয়া, কৰ্মচাৰীক লগত লৈ মন্ত্ৰী গৰাকীয়ে মথাউৰিটোৰ গৰা খহনীয়া ৰোধৰ কাম বিজ্ঞানসন্মত ভাবে অহা কালিৰে পৰা আৰম্ভ কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে ৷ জৰাৰ্জীণ মথাউৰিটোৰ বাবে কোনো ধৰণৰ পেকেজ ঘোষণা নকৰা মন্ত্ৰী গৰাকীয়ে খহনীয়া ৰোধৰ বাবে কালিৰে পৰা কাম আৰম্ভ কৰিবলৈ দিয়া নিৰ্দেশক আৰ্চয্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ সকলোৱে পৰম আশাৰে মন্ত্ৰী গৰাকীৰ পৰা মথাউৰিটো বিজ্ঞানসন্মত নিৰ্মাণৰ বাবে এটা বিশেষ পেকেজ আশা কৰিছিল যদিও, সেইয়া হৈ নুঠিল ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী গৰাকী উপস্থিত হৈ কালিৰে আৰম্ভ হবলগীয়া কামৰ বাবে ইতিমধ্যে যাৱতীয় সামগ্ৰী আহি পাইছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷ বিগত সময়ত মথাউৰিটো নিৰ্মাণৰ বাবে অহা ধন সৎ ব্যৱহাৰ নকৰা বিষয়ক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে উপযুক্ত প্ৰমাণ পালে দুষী ব্যক্তিৰ উপৰত শাস্তী মুলক ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে ৷ উল্লেখ্য যে যোৱা ২ মেত ডিৰাক চোমনি পুৰণা মথাউৰিটো চিঙি প্ৰায় ৪৫টা পৰিয়াল প্লাবিত হোৱাৰ লগতে বিস্তৰ ক্ষয় ক্ষতি হৈছিল ৷Body:Byte : 1/ Keshab Mahanta, Minister
2, Bolin chetia, MLA Conclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.