ETV Bharat / state

জাগুনৰ পৰা নিৰুদ্দেশ যুৱক - জাগুন

JAGUN BOY MISSING

জাগুনৰ পৰা নিৰুদ্দেশ সমীৰণ চেতিয়া
author img

By

Published : Apr 30, 2019, 5:43 PM IST

Updated : Apr 30, 2019, 10:12 PM IST

2019-04-30 17:31:24

আলফা স্বাধীনত যোগদানৰ সন্দেহ জাগুনৰ যুৱকৰ

জাগুনৰ পৰা নিৰুদ্দেশ সমীৰণ চেতীয়া নামৰ যুৱক

মাৰ্ঘেৰিটা, 30 এপ্ৰিলঃ আলফা স্বাধীনত যোগদানৰ সন্দেহ জাগুনৰ লামা তিনি আলিৰ সমীৰণ চেতীয়া নামৰ এজন যুৱকৰ ৷ সোমবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৰুস্ন চেতিয়া আৰু নিৰ্মলা চেতিয়াৰ পুত্ৰ সমীৰণ চেতীয়া ৷ আলফা স্বাধীনত যোগদানৰ সন্দেহ যুৱকজনৰ ৷ যদিহে সমীৰণে আলফাত যোগদান কৰিছে তেন্তে পৰেশ বৰুৱাক সোনকালেই উভতাই দিয়াৰ আহ্বান জনাই পিতৃ মাতৃয়ে ৷ অন্যহাতে আলফাত যোগদান কৰিম বুলি প্ৰায়ে কৰি থকাৰ কথা প্ৰকাশ কৰে সমীৰণৰ মাতৃয়ে৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে অব্যাহত  আছে আৰক্ষীৰ তদন্ত ৷

Intro:জাগুন ৰ পৰা যুৱক নিৰুদ্দেশ
*সন্দেহ কৰা হৈছে আলফা স্বাধীনত যোগদানৰ
* যুবকজনৰ নাম সমীৰণ চেতিয়া বয়স ১৭,ঘৰ জাগুন ৰ লামা তিনি আলিত।
*ৰুস্ন চেতিয়া আৰু নিৰ্মলা চেতিয়া ৰ পুত্ৰ সমীৰণ সোমবাৰৰ পৰা নিৰুদ্দেশ হোৱাত চিন্তিত হৈ পৰিছে পৰিয়াল।মাতৃৰ আকুল আহ্বান পৰেশ বৰুৱালৈ যদিহে সমীৰণ আলফা লৈ গৈছে তেন্তে সোনকালে যাতে উভতাই দিয়ক।
* সমীৰণে আলফাত যোগদান কৰিম বুলি মাজে সময়ে কৈ থাকে বুলি মাতৃয়ে প্ৰকাশ কৰে।
* আৰক্ষীৰ তদন্ত অব্যাহত আছে পৰবৰ্তী পৰ্যায়ত হে গম পোৱা যাব প্ৰকৃততে সমীৰণ কত আছে।Body:BYTE-MAAConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
Last Updated : Apr 30, 2019, 10:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.