ETV Bharat / state

মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰি ধৰা পৰিল প্ৰধান শিক্ষয়িত্ৰী!

author img

By

Published : Sep 8, 2019, 11:46 AM IST

ৰূপাই টি.ই. মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লজ্জাজনক কাণ্ড ৷ শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰাৰ অভিযোগ স্থানীয় যুৱকৰ ৷

মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰি ধৰা পৰিল প্ৰধান শিক্ষয়িত্ৰী

ডুমডুমা, 8 চেপ্তেম্বৰঃ তিনিচুকীয়া জিলাৰ হাপজান শিক্ষা খণ্ডৰ অন্তৰ্গত ৰূপাই টি.ই. মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল চুৰি কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকী ধৰা পৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত তথ্য মতে যোৱা শনিবাৰে বিয়লি বিদ্যালয়ৰ কাষতে থকা খেলপথাৰত স্থানীয় যুৱকসকলে খেলি থকাৰ সময়তে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে দুটা চাউল ভৰ্তি বেগ গাড়ীত ভৰোৱা দেখি যুৱকসকল গাড়ীৰ ওচৰলৈ আহি গাড়ীৰ ডিকি খুলিবলৈ কোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে । উল্লেখ্য যে, বিদ্যালয়ৰ পৰিচালনা সমিতি সভাপতিজনৰ অভিযোগ, আগতেও এনেধৰণৰ কাৰ্যৰ লগত জড়িত হৈছিল শিক্ষয়িত্ৰীগৰাকী ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে অহা মধ্যাহ্ন ভোজনৰ চাউল এইদৰে চুৰি কৰা কাৰ্যৰ ক্ষেত্ৰত শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব ৷

Intro:Date: 08-09-2019

Slug: ডুমডুমাৰ ৰূপাইত বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল চোৰ কৰি ধৰা পৰিল প্ৰধান শিক্ষয়িত্ৰী ।

V/O: তিনিচুকীয়া জিলাৰ হাপজান শিক্ষা খণ্ডৰ অন্তৰ্গত ৰপাই টি. ই. মধ্য  ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল চোৰ কৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকী ধৰা পৰা ঘটনাই অঞ্চলজুৰি চাঞ্চ্যলৰ বিৰাজ কৰিছে ।
প্ৰাপ্ত তথ্য মতে যোৱা শনিবাৰে বিয়লি বিদ্যালয়ৰ কাষতে থকা খেলপথাৰত স্থানীয় যুৱকসকলে খেলি থকাৰ সময়তে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী দীপা বৰ্মনে দুটা চাউল ভৰ্তি বেগ গাড়ীত ভৰোৱা দেখি যুৱকসকলে গাড়ী ওচৰলৈ আহি পিছফাল (গাড়ীৰ ডিকি)টো খুলিবলৈ কোৱাত সমগ্ৰ ঘটনা পোহৰলৈ আহে । যুৱকসকলৰ ভাষ্য অনুসৰি এইয়া চুৰি কাণ্ড বুলি উল্লেখ কৰি বিদ্যালয়ৰ ভিতৰত আৰু চাউল লৈ যাবলৈ বান্ধি থোৱা আছিল বুলি উল্লেখ কৰিছে ।বিদ্যালয়ৰ পৰিচালনা সমিতি সভাপতি জনৰ মন্তব্য অনুসৰি আগেও শিক্ষয়িত্ৰীগৰাকী এনেধৰণৰ কাৰ্য্যৰ লগত জড়িত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ।
এছ ২৩ এম ৫৯৩৭ নম্বৰৰ এখন ব্যক্তিগত গাড়ীত ভৰোৱা অৱস্থাত এইদৰে মধ্যাহ্ন ভোজনৰ চাউল উদ্ধাৰ হোৱা ঘটনাই শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব সেইয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ'ব ।

Byte: শিক্ষয়িত্ৰীগৰাকী ।
Byte: ৰাইজ ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 08-09-2019

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.