ETV Bharat / state

কাকপথাৰৰ যুৱতী অৰুণাচলৰ পৰা নিৰুদ্দেশ, এজাহাৰ দাখিল

author img

By

Published : Sep 5, 2019, 11:23 PM IST

কাকপথাৰৰ বৰাচুক গাঁৱৰ প্ৰবিত্ৰ বৰাৰ কণ্যা বৰষা বড়া যোৱা ১৫ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে৷ ইতিমধ্যে কাকপথাৰ থানাত যুৱতীগৰাকীৰ সন্ধান বিচাৰি এজাহাৰ দাখিল কৰিছে পিতৃ পবিত্ৰ বৰাই ৷

কাকপথাৰৰ যুৱতী অৰুণাচলৰ পৰা নিৰুদ্দেশ, এজাহাৰ দাখিল

শদিয়া,5ছেপ্টেম্বৰঃ কাকপথাৰৰ এগৰাকী যুৱতী অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে ৷ কাকপথাৰৰ বৰাচুক গাঁৱৰ পবিত্ৰ বৰাৰ কন্যা বৰষা বৰা যোৱা ১৫ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে ৷ ইতিমধ্যে কাকপথাৰ থানাত যুৱতীগৰাকীৰ সন্ধান বিচাৰি এজাহাৰ দাখিল কৰিছে পিতৃ পবিত্ৰ বৰাই ৷ প্ৰায় চাৰিবছৰ আগতেই ইটানগৰৰ দিফু নামৰ এজন চৰকাৰী বিষয়াৰ ঘৰলৈ বন কৰা ছোৱালী হিচাপে গৈছিল যুৱতীগৰাকী ৷ ইপিনে ১৫ আগষ্টৰ ৰাতি যুৱতী গৰাকীয়ে কোনোৱে নজনাকৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰৰ লোকক দিফুৰ পৰিয়ালে জনায় ৷ আনহাতে যুৱতী গৰাকীৰ পিতৃয়ে কাকপথাৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও ঘটনাটো ঘটা এটা পষেক পাৰ হৈ গ'ল যদিও এতিয়া লৈকে কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

Intro:কাকপথাৰৰ যুৱতী অৰুণাচল প্ৰদেশৰ পৰা নিৰুদ্দেশ, এজাহাৰ দাখিল

শদিয়া : কাকপথাৰৰ এগৰাকী যুৱতী অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে ৷ কাকপথাৰৰ বৰাচুক গাৱঁৰ প্ৰৱিত্ৰ বড়াৰ কণ্যা বৰষা বড়া(16) যোৱা ১৫ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে ৷ ইতিমধ্যে কাকপথাৰ থানাত ছোৱালীজনীৰ সন্ধান বিচাৰি এজাহাৰ দাখিল কৰিছে পিতৃ প্ৰৱিত্ৰ বড়াই ৷ প্ৰায় চাৰিবছৰ আগতেই ইটানগৰৰ দিফু নামৰ এগৰাকী চৰকাৰী বিষয়াৰ ঘৰত বন কৰা ছোৱালী হিচাপে গৈছিল যুৱতী গৰাকী ৷ অৰুণাচল প্ৰদেশৰ দাইয়োঙৰ হেমন্ত চাখমা নামৰ বন্ধু গৰাকীৰ জৰিড়তে কণ্যা গৰাকীক ইটানগৰৰ বিষয়া গৰাকীয়ে নিছিল বুলি জানিবলৈ দিছে পিতৃ প্ৰৱিত্ৰ বড়াই ৷ ১৫আগষ্ট ৰাতি যুৱতী গৰাকীয়ে কোনো নজনাকৈ ইটানগৰৰ দিফুৰ ঘৰৰ পৰা উলাই যোৱাৰ পিচৰে পৰা বন কৰা ছোৱালীজনী সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰৰ লোকক ১৬ আগষ্টত ইটানগৰৰ পৰা দিফুৰ পৰিয়ালে জানিবলৈ দিয়ে ৷ যুৱতী গৰাকীৰ পিতৃয়ে কাকপথাৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও ঘটনাটো ঘটা এটা পষেক পাৰ হৈ গ'ল যদিও এতিয়া লৈকে কোনো ধৰণৰ সু-সুত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ যুৱতী গৰাকীৰ পিতৃয়ে বৰ্তমান ইটানগৰৰ দিফুৰ পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিয়ে ৷ ইটানগৰৰ পৰিয়ালটোৰ লগত যোগাযোগ বিচিন্ন হোৱাত ৰহস্যভুত হৈ পৰিছে যুৱতী সন্ধানহীন ঘটনাটো ৷ সদাশয় ব্যক্তিয়ে যুৱতী গৰাকীৰ সম্ভেদ পালে 6900882484 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰলোকে ৷ Body:Byte : FatherConclusion:Mintu talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.