ETV Bharat / state

গিৰিশ দত্ত হত্যাকাণ্ডঃ আটক অভিযুক্ত - BITUPAN CHUTIA

গিৰিশ দত্ত হত্যাকাণ্ডঃ আটক অভিযুক্ত
author img

By

Published : Jun 6, 2019, 11:51 AM IST

Updated : Jun 6, 2019, 12:19 PM IST

2019-06-06 11:44:16

আৰক্ষী কমাণ্ডো গিৰিশ দত্ত হত্যাকাণ্ডৰ আন এক অভিযুক্তক বৃহস্পতিবাৰে আটক কৰে আৰক্ষীয়ে ৷

  • তিনিচুকীয়া আৰক্ষীৰ জালত আন এগৰাকী অপৰাধী
  • আৰক্ষী কমাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ড লগত জড়িত বিতুপন চুতীয়াক আটক
  • হত্যাকাণ্ডৰ পাচতে পলাতক অৱস্থাত আছিল বাৰেকুৰি বৰগাঁৱৰ  বিতুপন চুতীয়া
  • ধৃত বিতুপনক বৃহস্পতিবাৰে পুৱা অৰুণাচলৰ নামচাইৰ পৰা আটক কৰে আৰক্ষীয়ে

BREAKING:- তিনিচুকীয়া আৰক্ষীৰ জালত আন এগৰাকী অপৰাধী

আৰক্ষী কামাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ড লগত জড়িত হৈ পলাতক  অৱস্থাত আছিল বাৰেকুৰি বৰগাঁৱৰ  বিতুপন চুতীয়া

ধৃত বিতুপনক বৃহস্পতিবাৰে পুৱা অৰুণাচলৰ নামচাইৰ পৰা আটক কৰে আৰক্ষীয়ে৷
Last Updated : Jun 6, 2019, 12:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.