- দক্ষ আৰক্ষীৰ কামাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ডত জড়িত তৃতীয়জন অভিযুক্ত আটক
- তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত বিজুত চুতীয়াক
- আটকাধীন বিজুত চুতীয়াক মাৰাথান জেৰা অব্যাহত আৰক্ষীৰ
- ইয়াৰ পূৰ্বেও আৰক্ষীয়ে আটক কৰিছিল হত্যাকাণ্ডৰ লগত দুজনকৈ অভিযুক্তক
আৰক্ষী কামাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আটক - অসম নিউজ
আৰক্ষী কামাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত
2019-06-07 16:48:11
তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত বিজুত চুতীয়াক
2019-06-07 16:48:11
তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত বিজুত চুতীয়াক
- দক্ষ আৰক্ষীৰ কামাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ডত জড়িত তৃতীয়জন অভিযুক্ত আটক
- তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত বিজুত চুতীয়াক
- আটকাধীন বিজুত চুতীয়াক মাৰাথান জেৰা অব্যাহত আৰক্ষীৰ
- ইয়াৰ পূৰ্বেও আৰক্ষীয়ে আটক কৰিছিল হত্যাকাণ্ডৰ লগত দুজনকৈ অভিযুক্তক
BREAKING:-
দক্ষ আৰক্ষীৰ কামাণ্ডো জোৱান গিৰিশ দত্তৰ হত্যাকাণ্ডত জড়িত তৃতীয়জন অভিযুক্তক আটক তিনিচুকীয়া আৰক্ষীৰ
আটকাধীন অভিযুক্ত জন বাৰেকুৰি ডেংকা বৰগাঁৱৰ বিজুত চুতীয়া
অভিযুক্ত বিজুতক আৰক্ষীৰ মাৰথান জেৰা অব্যাহত
Last Updated : Jun 7, 2019, 9:50 PM IST