ETV Bharat / state

বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিৰ জামিন লাভ

মঙলবাৰে তিনিচুকীয়া সত্ৰ আদালতে জামিন মঞ্জুৰ কৰে বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিৰ ৷ বিগত বৰ্ষত কাকপথাৰ আৰক্ষী থানাৰ এছ আই অপূৰ্ব দাসক প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিজেপি নেত্ৰীগৰাকী ৷

former-bjp-leader-dianjali-kakati-got-bail
প্ৰাক্তন বিজেপি নেত্ৰী দিপাঞ্জলী কাকতিৰ জামিন লাভ
author img

By

Published : Mar 9, 2021, 7:26 PM IST

তিনিচুকীয়া,9 মাৰ্চ : অৱশেষত মঙলবাৰে জামিন লাভ কৰিলে বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিয়ে । তিনিচুকীয়া সত্ৰ আদালতে জামিন মঞ্জুৰ কৰে দীপাঞ্জলি কাকতিৰ ।

উল্লেখ্য যে, 2020 চনৰ 8 নৱেম্বৰত কাকপথাৰ আৰক্ষী থানাৰ এছ আই অপূৰ্ব দাসক প্ৰহাৰ কৰিছিল বিজেপি নেত্ৰী গৰাকীয়ে ৷ ইয়াৰ পাচতে আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল নেত্ৰী গৰাকীক ৷

former-bjp-leader-dianjali-kakati-got-bail
বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিৰ জামিন লাভ

কেইবাবাৰো জামিন নাকচ হোৱাৰ পাচত অৱশেষত তিনিচুকীয়া সত্ৰ আদালতে জামিন মঞ্জুৰ কৰে অভিযুক্ত নেত্ৰী গৰাকীৰ ৷ দীপাঞ্জলি কাকতি বিজেপিৰ এগৰাকী সক্ৰিয় কৰ্মী হোৱাৰ লগতে নৱগঠিত মৰাণ স্বায়ত্ব পৰিষদৰো কাৰ্যবাহী সদস্য আছিল ।

লগতে পঢ়ক : লবীকেন্দ্ৰিক ৰাজনীতিত বিধ্বস্ত কংগ্ৰেছ: কল্যাণ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.