ETV Bharat / state

"ন-মেছাকী" নৱজ্যোতি যুৱক সংঘৰ ফুটবল প্ৰতিযোগিতাৰ সামৰণি

author img

By

Published : Oct 30, 2020, 10:23 PM IST

ৰোমাঞ্চকৰ চূড়ান্ত খেলখনিত 4-2 গলৰ ব্যৱধানত বিজয়ী হয় মেগেলা একাদশ দল ৷ আনহাতে বিজেতা দল হিচাপে পৰিগণিত হয় সৰু মাইঠং B ফুটবল দল ৷

Football tournament by "Na-mesaki" youth club end today
"ন-মেছাকী" নৱজ্যোতি যুৱক সংঘৰ ফুটবল প্ৰতিযোগিতাৰ সামৰণি

শদিয়া, 30 অক্টোবৰ : তিনিচুকীয়া জিলা কাকপথাৰৰ অতি পিছপৰা অঞ্চল মৃদংপৰাৰ "ন-মেছাকী" নৱজ্যোতি যুৱক সংঘই আয়োজন কৰা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ সফল সমাপ্তি ৷ বৃহস্পতিবাৰে চূড়ান্ত ফুটবল খেলখনিৰ শুভাৰম্ভ কৰে 126 নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলিন চেতিয়াই ৷ ৰোমাঞ্চকৰ চূড়ান্ত খেলখনিত 4-2 গলৰ ব্যৱধানত বিজয়ী হয় মেগেলা একাদশ দল ৷ আনহাতে বিজেতা দল হিচাপে পৰিগণিত হয় সৰু মাইঠং B ফুটবল দল ৷

Football tournament by

খেলৰ সামৰণিত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণ, বিজেপিৰ মণ্ডল সভাপতি পাপু শইকীয়া ,প্ৰণৱ শইকীয়া ,কাকপথাৰ প্ৰেছ ক্লাৱৰ সমস্য সাংবাদিক ইন্দ্ৰজিত গগৈ , ৰাজকুমাৰ শৰ্মা আৰু ভাস্কৰজ্যোতি ভূঞাৰ লগতে অঞ্চলৰটোৰ বহু কেইগৰাকী গণ্য মান্য ব্যক্তি ৷ চূড়ান্ত বিজয়ী দলক নগদ 12,000 টকা সহ ট্ৰফী আৰু বিজেতা দলক নগদ 7000 টকা সহ ট্ৰফী প্ৰদান কৰা হয় ৷

লগতে পঢ়কঃ গুৱাহাটীৰ তিনি সমষ্টিত নিজা প্ৰাৰ্থী দিব ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.