ETV Bharat / state

বুটমাহত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ৪০জনকৈ লোক - নাম-কীৰ্তন

শদিয়াৰ অমৰপুৰত বুটমাহ খাই অসুস্থ হৈ পৰে ৪০জনকৈ লোক, অসুস্থ লোকসকলক ভৰ্তি কৰা হয় চাপাখোৱা অসামৰিক চিকিৎসালয়ত ৷

বুটমাহত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ৪০জনকৈ লোক
author img

By

Published : Jun 9, 2019, 11:18 PM IST

শদিয়া,৯জুন : শদিয়াৰ অমৰপুৰ গাঁৱত বুটমাহত বিষক্ৰিয়া হৈ অসুস্থ হয় ৪০জনকৈ লোক । অসুস্থ লোকসকলক ততাতৈয়াকৈ চাপাখোৱাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।

বুটমাহত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে ৪০জনকৈ লোক

উল্লেখ্য যে যোৱা ৭জুনত অমৰপুৰৰ জিতেন কুটুম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত নাম-কীৰ্তন আয়োজন কৰা হৈছিল । শতাধিক লোকে এই নাম-কীৰ্তনৰ বুটমাহৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছিল । অসুস্থ লোকসকলক শদিয়াৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও দুদিনৰ পিছত পুনৰ লোকসকল অধিক অসুস্থ হৈ পৰে । যাৰ বাবে অসুস্থ লোকসকলক চাপাখোৱাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অসুস্থ ৪০গৰাকী ৰোগীৰ ভিতৰত ২৫ জনৰ অৱস্থা সংকটজনক আৰু মনু পেগু নামৰ এজন ৬ বছৰীয়া শিশুৰ অৱস্থা অতি সংকটজনক । এই শিশুটিক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অসুস্থ লোকসকলৰ ভিতৰত ৫বছৰৰ পৰা ৮ বছৰীয়া শিশুৰ সংখ্যা ১২ জন ।

Intro:শদিয়াত বুটমাহত বিষক্ৰিয়া হৈ ৪০জন অসুস্থ, এগৰাকী শিশু সংকটজনক

শদিয়া : শদিয়াৰঅমৰপূৰ গাওঁত ৪০ জনতকৈ অধিক লোক বুটমাহ খাই বিষক্ৰিয়া হোৱাৰ বাতৰি পোৱা গৈছে ৷ অসুস্থসকলক লগে লগে চাপাখোৱাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে যোৱা ৭জুনত অমৰপুৰৰ জিতেন কুটুম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত নাম কীৰ্তন আয়োজন কৰিছিল আৰু শতাধিক লোকে বুটমাহৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছিল । প্ৰথম অৱস্থাত শৌচ আৰু বমিৰ লক্ষণ প্ৰকট হয় ৪০ জনতকৈ অধিক লোক অসুস্থ হৈ পৰে ।ইয়াৰ পিছতে গাওঁৰ প্রাথমিক চিকিৎসালয়ত অসুস্থ লোক সকলক ভৰ্তি কৰা হয় যদিও দুদিনৰ পিছত লোকসকলক অধিক অসুস্থ হৈ পৰে আৰু চাপাখোৱাৰ অসামৰিক চিকিৎসালয়লৈ ভৰ্তি কৰাবলৈ বাধ্য হয় । অসুস্থ ৪০ জন ৰোগীৰ ভিতৰত ২৫ জনৰ অৱস্থা সংকটজনক আৰু মনু পেগু নামৰ এজন ৬ বছৰীয়া শিশুৰ অৱস্থা অতি সংকটজনক আৰু শিশুটিক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । অসুস্থসকলৰ ভিতৰত ৫বছৰীয়া পৰা ৮ বছৰীয়া শিশুৰ সংখ্যা ১২ জন । বৰ্তমান চিকিৎসাধীন হয় থকা ৰোগী সকল হৈছে মনু পেগু (৬) , প্ৰণৱ কুটুম (৮) ,কাৰীণা পেগু (৫) , নিৰজ পেগু (৬) , অনিৰুদ্ধ পেগু (৫) আদি কুটুম (৮) , নবজিত কুটুম (৯) , দেনকামন্তী কুটুম (৭) , আয়নম পাদি (৮) , চুনো কুটুম (৫) ,সোণতৰা পেগু (৭) , সুস্মিতা পেগু (৫) ,অন্তি পেগু (৬) ,ৰিংকু কুটুম (২২) ,তৰা কুটুম (১৬) , য়াকমেটি কুটুম (৪০) , পবিতা কুটুম (৪০) , নিয়মাহী পেগু (৩৫) , জয়া পেগু (২৫) , চোং কুটুম (২৮) , আইকন পেগু (১৬) , গেডেমি পেগু (৭০) , নানি পেগু (৫৫) ।Body:Byte : PublicConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.