ETV Bharat / state

তিনিচুকীয়াৰ পুৰণা ৰে'ল ষ্টেচনত উৰণীয়া সেঁতুৰ শুভ উদ্বোধন

দেওবাৰে তিনিচুকীয়াৰ পুৰণা ৰে'ল ষ্টেচনত শুভ উদ্বোধন কৰা হয় এখন উৰণীয়া সেঁতু ৷ উৰণীয়া সেঁতুখনৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

flyover-inauguration-at-tinsukia
তিনিচুকীয়াৰ পুৰণা ৰে'ল ষ্টেচনত শুভ উদ্বোধন উৰণীয়া সেঁতুৰ
author img

By

Published : Feb 14, 2021, 7:27 PM IST

তিনিচুকীয়া,14ফেব্ৰুৱাৰী: দেওবাৰে তিনিচুকীয়াৰ পুৰণা ৰে'ল ষ্টেচনত শুভ উদ্বোধন কৰা হয় এখন উৰণীয়া সেঁতু ৷ আটক ধুনীয়াকৈ সজাই তোলা উৰণীয়া সেঁতুখনৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

তিনিচুকীয়াৰ পুৰণা ৰে'ল ষ্টেচনত শুভ উদ্বোধন উৰণীয়া সেঁতুৰ

উল্লেখ্য যে, তিনিচুকীয়াৰ পুৰণা ৰে'ল ষ্টেচনত ২০১৯ বৰ্ষত আধাৰশিলা স্থাপন কৰা হৈছিল উৰণীয়া সেঁতুখনৰ ৷ প্ৰায় ১ কোটি ৭৮ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উৰণীয়া সেঁতুখন উদ্বোধন কৰাৰ পাছতে ডিব্ৰুগড়টো এনে এখন সুন্দৰ সেঁতু নিৰ্মাণ কৰি থকা হৈছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

লগতে পঢ়কঃঅসমক বিজেপিয়ে লুণ্ঠনৰ থলীত পৰিণত কৰিছে: ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.