ETV Bharat / state

তিনিচুকীয়াত সেনাৰ গুলীবৰ্ষণ

author img

By

Published : Dec 18, 2019, 12:19 PM IST

Updated : Dec 18, 2019, 2:34 PM IST

তিনিচুকীয়াত সেনাৰ গুলীবৰ্ষণ
তিনিচুকীয়াত সেনাৰ গুলীবৰ্ষণ

12:05 December 18

আলফা স্বাধীনৰ তিনিজনীয়া দললৈ লক্ষ্য কৰি গুলীচালনা

তিনিচুকীয়া, 18 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মঙলবাৰে নিশা তিনিচুকীয়া পেঙেৰীৰ চিকৰাজানত সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ ৷ চিকৰাজানৰ নিবাসী প্ৰদীপ খাটোৱালৰ বাৰীত এই গুলীচালনাৰ ঘটনা ৷

আলফা স্বাধীনৰ তিনিজনীয়া এটা দলক দেখা পাই গুলীচালনা কৰা বুলি সেনাৰ  সূত্ৰই জানিবলৈ দিছে  ৷ পুৱা ঘটনাস্থলীত উদ্ধাৰ হৈছে খালী কাৰ্টিজ ৷ ঘটনাকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য ৷ সমগ্ৰ এলেকাটোত  অব্যাহত আছে সেনাৰ অভিযান ৷

Intro:Body:

নিশা তিনিচুকীয়া পেঙেৰীৰ চিকৰাজানত সেনাৰ ধাৰাসাৰ গুলিবৰ্ষণ

চিকৰাজানৰ নিবাসী প্ৰদীপ খাটোৱালৰ বাৰীত এই গুলিচালনা

আলফা স্বাধীনৰ তিনিজনীয়া এটা দলক দেখা পাই গুলিচালনা কৰা বুলি সেনাই জানিবলৈ দিছে

পুৱা উদ্ধাৰ হৈছে খালি কাৰ্টিজ

ঘটনাকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্য

সমগ্ৰ এলেকাটোত সেনাৰ অভিযান অব্যাহত

Conclusion:
Last Updated : Dec 18, 2019, 2:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.