ETV Bharat / state

কা বিৰোধী যুঁজৰ বাবে আছুক সাহায্য প্ৰদান ডাঙৰীবাসীৰ - আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ

বিভিন্ন দল-সংগঠনৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থায়ো ৰাজ্যবাসীৰ হৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী যুঁজত অৱতীৰ্ণ হৈছে ৷ এইক্ষেত্ৰত আছুক কিছু সকাহ দিয়াৰ স্বাৰ্থত ডাঙৰীবাসী ৰাইজে ছাত্ৰ সংগঠনটোক কিছু পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰে। বুধবাৰে ডাঙৰী উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হোৱা "ডাঙৰীৰ সিংহনাদ" কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক এই সাহায্য প্ৰদান কৰা হয় ৷

ডাঙৰীৰ সিংহনাদ
আছুক সাহায্য প্ৰদান ডাঙৰীবাসীৰ
author img

By

Published : Feb 6, 2020, 10:25 AM IST

ডুমডুমা,6 ফেব্ৰুৱাৰীঃ দেশত বলৱৎ হোৱা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সম্প্ৰতি আইনী যুঁজ অব্যাহত আছে ৷ বিভিন্ন দল-সংগঠনৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থায়ো ৰাজ্যবাসীৰ হৈ এই যুঁজত অৱতীৰ্ণ হৈছে ৷ এইক্ষেত্ৰত আছুক কিছু সকাহ দিয়াৰ স্বাৰ্থত ডাঙৰীবাসী ৰাইজে ছাত্ৰ সংগঠনটোক কিছু পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰে। বুধবাৰে ডাঙৰী উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হোৱা "ডাঙৰীৰ সিংহনাদ" কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক এই সাহায্য প্ৰদান কৰা হয় ৷

আছুক সাহায্য প্ৰদান ডাঙৰীবাসীৰ

লগতে চাওকঃজালুকবাৰীত প্ৰচণ্ড অগ্নিকাণ্ড

Intro:Date: 06-02-2020

Slug: ''কা" বিৰোধী আইনী যুঁজত আছুক ডাঙৰী বাসীৰ আৰ্থিক সাহাৰ্য প্ৰদান ।

V/O: সদৌ অসম ছাত্ৰ সন্থাৰ "কা" বিৰোধী আইনী যুঁজক কিছু সকাহ দিয়াৰ স্বাৰ্থত ডাঙৰী বাসী ৰাইজে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে । বুধবাৰে ডাঙৰী উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হোৱা "ডাঙৰীৰ সিংহনাদ" কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক এই সাহাৰ্য প্ৰদান কৰে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Date: 06-02-2020

Slug: ''কা" বিৰোধী আইনী যুঁজত আছুক ডাঙৰী বাসীৰ আৰ্থিক সাহাৰ্য প্ৰদান ।

V/O: সদৌ অসম ছাত্ৰ সন্থাৰ "কা" বিৰোধী আইনী যুঁজক কিছু সকাহ দিয়াৰ স্বাৰ্থত ডাঙৰী বাসী ৰাইজে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে । বুধবাৰে ডাঙৰী উচ্চ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হোৱা "ডাঙৰীৰ সিংহনাদ" কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক এই সাহাৰ্য প্ৰদান কৰে ।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.